• Home
  • »
  • News
  • »
  • assam
  • »
  • অৰুণোদয়–মাইক্ৰ’ ফাইনেন্সৰ টকা দিব পৰা চৰকাৰে জাতীয় পতাকা কিয় বিনামূলীয়াকৈ দিব নোৱাৰে? – ৰিপুণ বৰা

অৰুণোদয়–মাইক্ৰ’ ফাইনেন্সৰ টকা দিব পৰা চৰকাৰে জাতীয় পতাকা কিয় বিনামূলীয়াকৈ দিব নোৱাৰে? – ৰিপুণ বৰা

অসমৰ প্ৰত্যেক ঘৰ মানুহক বিনামূলীয়াকৈ পতাকা দিবলৈ দাবী জনায় অসম তৃণমূল কংগ্ৰেছে।

অসমৰ প্ৰত্যেক ঘৰ মানুহক বিনামূলীয়াকৈ পতাকা দিবলৈ দাবী জনায় অসম তৃণমূল কংগ্ৰেছে।

অসমৰ প্ৰত্যেক ঘৰ মানুহক বিনামূলীয়াকৈ পতাকা দিবলৈ দাবী জনায় অসম তৃণমূল কংগ্ৰেছে।

  • Share this:
ঘৰে ঘৰে জাতীয় পতাকা উত্তোলনৰ বাবে জনোৱা আহ্বানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ। সংবাদ মাধ্যমৰ আগত ৰিপুণ বৰাই কয়, ‘জাতীয় পতাকাখন চৰকাৰে বিনামূলীয়াকৈ কিয় দিব নোৱাৰে? অৰুণোদয় আৰু মাইক্ৰ’ ফাইনেন্সৰ টকা দিব পৰা চৰকাৰে ৰাইজক জাতীয় পতাকা দিব নোৱাৰে?

অসমৰ প্ৰত্যেক ঘৰ মানুহক বিনামূলীয়াকৈ পতাকা দিবলৈ দাবী জনায় অসম তৃণমূল কংগ্ৰেছে।ৰিপুণ বৰাই কয়, চৰকাৰে স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিব ওলাইছে যদিও ৰাইজে কিন্তু ২০১৪ চনৰ পৰা অমৃন পান কৰিব পৰা নাই, বিষহে পান কৰিছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে জলাকলা খুৱাইছে ৰাইজক। ৰিজাৰ্ভ বেংকৰ তথ্য অনুযায়ী ভাৰতবৰ্ষত জনমুৰি আই কমিছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি