• Home
  • »
  • News
  • »
  • assam
  • »
  • Tingrai Grenade Blast : ডিগবৈৰ টিংৰাইত গ্ৰেনেড বিস্ফোৰণত জড়িত এজনক আটক। দ্ৱিতীয়জন বিস্ফোৰণকাৰীৰ সন্ধানত আৰক্ষীৰ তদন্ত অব্যাহত ।

Tingrai Grenade Blast : ডিগবৈৰ টিংৰাইত গ্ৰেনেড বিস্ফোৰণত জড়িত এজনক আটক। দ্ৱিতীয়জন বিস্ফোৰণকাৰীৰ সন্ধানত আৰক্ষীৰ তদন্ত অব্যাহত ।

ধৃত যুৱকজন লক্ষীপথাৰৰ হীৰেন গগৈ। বিস্ফোৰণত ব্যৱহৃত মটৰ চাইকেলখনো জব্দ

ধৃত যুৱকজন লক্ষীপথাৰৰ হীৰেন গগৈ। বিস্ফোৰণত ব্যৱহৃত মটৰ চাইকেলখনো জব্দ

ধৃত যুৱকজন লক্ষীপথাৰৰ হীৰেন গগৈ। বিস্ফোৰণত ব্যৱহৃত মটৰ চাইকেলখনো জব্দ

  • Share this:
ডিগবৈৰ টিংৰাইত গ্ৰেনেড বিস্ফোৰণত জড়িত এজনক আটক তিনিচুকীয়া জিলা আৰক্ষীৰ।

ধৃত যুৱকজন লক্ষীপথাৰৰ হীৰেন গগৈ।

বোমা বিস্ফোৰণত ব্যৱহৃত মটৰ চাইকেলখনো জব্দ কৰিছে আৰক্ষীয়ে।



অধিক তথ্য আৰু দ্ৱিতীয়জন বিস্ফোৰণকাৰীৰ সন্ধানত আৰক্ষীৰ তদন্ত অব্যাহত আছে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি