মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam TET Result 2021 LP & UP : আজি ঘোষণা হ’ব TETৰ ফলাফল, কেনেকৈ চাব ফলাফল?

Assam TET Result 2021 LP & UP : আজি ঘোষণা হ’ব TETৰ ফলাফল, কেনেকৈ চাব ফলাফল?

প্ৰতীকী ফটো

প্ৰতীকী ফটো

সৰ্বশিক্ষা আৰু ছেবাৰ ৱেবছাইটযোগে এই ফলাফল লাভ কৰিব প্ৰাৰ্থীসকলে। দিনৰ ১১ বজাত ৱেবছাইট দুটাত পৰীক্ষাৰ্থীসকলে ফলাফল লাভ কৰিব।

  • Share this:

Assam TET Result 2021 LP & UP : আজি ঘোষণা হ’ব TET (Lower and Upper Primary Level)ৰ ফলাফল। অনলাইনযোগে ঘোষণা কৰা হ’ব TETৰ ফলাফল। সৰ্বশিক্ষা আৰু ছেবাৰ ৱেবছাইটযোগে এই ফলাফল লাভ কৰিব প্ৰাৰ্থীসকলে। দিনৰ ১১ বজাত ৱেবছাইট দুটাত পৰীক্ষাৰ্থীসকলে ফলাফল লাভ কৰিব।


ফলাফল উপলব্ধ হ’বলগীয়া ৱেবছাইট কেইটা হ’ল- ssa.assam.gov.in, sebaonline.org । ১৭ ডিচেম্বৰৰ পৰা উপলব্ধ হ’ব অ’ এম আৰ চি আৰু এনছাৰ কী। উল্লেখযোগ্য যে এইবছৰৰ ৩১ অক্টোবৰত অনুষ্ঠিত হৈছিল উচ্চ আৰু নিম্ন প্ৰাৰ্থমিক বিদ্যালয়ৰ ফলাফল। প্ৰাৰ্থীসকলে ssa.assam.gov.in. বেৱছইটতো চাব পাৰিব ফলাফল।

তলৰ লিংকত ক্লিক কৰি পোনপটীয়াকৈ লাভ কৰক ফলাফল –http://3.108.174.42/tetlp_2021/?r,  http://3.108.174.42/tetup_2021/?r

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি