টেট পৰীক্ষাৰ অনলাইন আবেদনৰ সময় সীমা বৃদ্ধি! পৰীক্ষা হ’ব ১০ নৱেম্বৰত

টেট পৰীক্ষাক কেন্দ্ৰ কৰি এতিয়া ৰাজ্যৰ চৌদিশে অব্যাহত আছে বিতৰ্ক

News18-Assam
Updated:September 20, 2019, 4:59 PM IST
টেট পৰীক্ষাৰ অনলাইন আবেদনৰ সময় সীমা বৃদ্ধি! পৰীক্ষা হ’ব ১০ নৱেম্বৰত
টেট পৰীক্ষাক কেন্দ্ৰ কৰি এতিয়া ৰাজ্যৰ চৌদিশে অব্যাহত আছে বিতৰ্ক
News18-Assam
Updated: September 20, 2019, 4:59 PM IST
টেট পৰীক্ষাক কেন্দ্ৰ কৰি এতিয়া ৰাজ্যৰ চৌদিশে অব্যাহত আছে বিতৰ্ক। ছচিয়েল মিডিয়াত এতিয়া বিভিন্ন জনে সমালোচনা কৰিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক। বি.এড, ডি এল  এড ডিগ্ৰী নথকা ছাত্ৰ ছাত্ৰীয়ে টেট পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিব বুলি জাননী জাৰি কৰাৰ পিছত এইবাৰ টেট পৰীক্ষাৰ অনলাইন আবেদনৰ সময় সীমা বৃদ্ধি  কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। আবেদনৰ সময়সীমা ১৯ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে। সেইদৰে অহা ১০ নৱেম্বৰত অনুষ্ঠিত হ’ব টেট পৰীক্ষা।

টেট পৰীক্ষা! ছচিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য
আৰু চাওক পৰৱৰ্তী বাতৰি