শিক্ষক হ'ব বিচৰা সকলৰ বাবে ভাল খবৰ। ৰাজ্যৰ শিক্ষা বিভাগে প্ৰকাশ কৰিছে টেট পৰীক্ষাৰ বিজ্ঞাপন। পৰীক্ষাৰ বাবে আবেদন কৰোতে ইচ্ছুক প্ৰাৰ্থীয়ে ৭টা জ'নৰ ভিচৰত চিলেক্ট কৰিব লাগিব।
কোন সকলে পাৰিব আবেদন কৰিবঃনিম্ন প্ৰাথমিকৰ বাবেঃ প্ৰাৰ্থীজন নূন্যতম ৫০ শতাংশ নম্বৰেৰে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হব লাগিব। বি এড অথবা ডিলএড কৰা হব লাগিব।
উচ্চ প্ৰাথমিকৰ বাবেঃ প্ৰাৰ্থীজন স্নাতক হোৱাৰ লগতে দুবছৰীয়া বিএড ডিগ্ৰী অথবা ডিএলএড কৰা হ'ব লাগিব।
পৰীক্ষাৰ পাঠ্যক্ৰমঃPaper I- বস্তুনিষ্ঠ প্ৰশ্ন- Child Development and Pedalogy, Language(Assamese, Bengali, Hindi, Bodo, Manipuri, Garo, Karbi, Hmar), Language II- (English), Mathematics, Environmental Studies.
প্ৰতিটো শিতানত ৩০ নম্বৰকৈ সৰ্বমুঠ ১৩০ নম্বৰৰ পৰীক্ষা।
যিসকলে উচ্চ প্ৰাথমিকত অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে Paper II-
For Mathematics and Science Teacher: Mathematics and Science- 60 Marks
For Social Studies Teacher- Social Studies-60 Marks.
আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ অনলাইন মাধ্যমেৰে হ'ব।
আবেদন প্ৰক্ৰিয়া আৰম্ভ-
১৫-০৯-২০২১আবেদনৰ অন্তিম তাৰিখ-
২৫-০৯-২০২১ই-এডমিট কাৰ্ড ইছ্যু- ১০-১০-২০২১
পৰীক্ষাৰ তাৰিখ-
২৪-১০-২০২১অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|