News18-Assam Updated:September 8, 2019, 9:28 PM IST
৩৮৫ টা ভোটত বিজয়ী হিমাদ্ৰী।
৩৮৫ টা ভোটত বিজয়ী হিমাদ্ৰী।
পাৰ্থ জ্যোতি বৰা, ব্যুৰ’ চীফ, নতুন দিল্লীঃ জেএনইউৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা। SIS কাউঞ্চিলাৰৰ পদত নিৰ্বাচিত হৈছে অসমৰ ছাত্ৰী হিমাদ্ৰী সোণোৱাল। ৩৮৫ টা ভোটত বিজয়ী হোৱা হিমাদ্ৰীয়ে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত আন্ত:ৰাষ্ট্ৰীয় সমন্ধত স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰি আছে। হিমাদ্ৰীৰ ঘৰ ডিব্ৰুগড়ত।