
কেইদিনমান পূৰ্বে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত হিংসাত্মক কাৰ্যত জড়িত থকাৰ অভিযোগ তুলিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
কেইদিনমান পূৰ্বে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত হিংসাত্মক কাৰ্যত জড়িত থকাৰ অভিযোগ তুলিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ নামত হিংসা বিয়পোৱাৰ অভিযোগত বৃহস্পতিবাৰে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি
কামৰুল ইছলাম চৌধুৰীক। মহানগৰ আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে যুৱ কংগ্ৰেছৰ নেতাজনক।
কেইদিনমান পূৰ্বে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত হিংসাত্মক কাৰ্যত জড়িত থকাৰ অভিযোগ তুলিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনকি মন্ত্ৰী শৰ্মাই কামৰুলে কিদৰে হিংসাত্মক কাৰ্যত উচতনি দিছিল, তাৰ ভিডিঅ’ও সংবাদমেলত দেখুৱাইছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|