• Home
  • »
  • News
  • »
  • assam
  • »
  • অসম বিজেপিৰ ৰাজ‍্যিক সভাপতিৰূপে ভবেশ কলিতাৰ নাম ঘোষণা, কি প্ৰতিক্ৰিয়া নতুন সভাপতিৰ ? ৰঙিয়াৰ বিজেপি কাৰ্যালয়ত উৎসৱমুখৰ পৰিৱেশ...

অসম বিজেপিৰ ৰাজ‍্যিক সভাপতিৰূপে ভবেশ কলিতাৰ নাম ঘোষণা, কি প্ৰতিক্ৰিয়া নতুন সভাপতিৰ ? ৰঙিয়াৰ বিজেপি কাৰ্যালয়ত উৎসৱমুখৰ পৰিৱেশ...

ৰাজ‍্যিক বিজেপিৰ সভাপতিৰ পদত এইবাৰ ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাৰ নাম ঘোষণা হোৱাৰ লগে লগে ৰঙিয়াৰ বিজেপিৰ কাৰ্যালয়ত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।

  • Share this:
    বিজেপিৰ ৰাজ‍্যিক সভাপতিৰ নাম ঘোষণা কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই । ৰাজ‍্যিক বিজেপিৰ সভাপতিৰ পদত এইবাৰ ৰঙিয়াৰ বিধায়ক ভবেশ কলিতা ।

    এই কথা ঘোষণা হোৱাৰ লগে লগে ৰঙিয়াৰ বিজেপিৰ কাৰ্যালয়ত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। সমৰ্থকসকলে ঘেৰি ধৰি গামোচা পিন্ধাই উষ্ম আদৰণি জনালে ভবেশ কলিতাক । দায়িত্ব গ্ৰহণ কৰিয়েই বিজেপি দলটোক আগুৱাই লৈ যোৱাৰ বাবে কাম কৰি যাব বুলি সংকল্প লয় । লগতে বিজেপিৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যদি অন্য দলৰ কোনো নেতা-সদস্যই বিজেপিলৈ আহিব বিচাৰে তেতিয়া হলে দলে সকলোকে আগবঢ়াই লৈ যাব মন্তব্য কৰে ।
    Published by:Kokil Sarma
    First published: