• Home
  • »
  • News
  • »
  • assam
  • »
  • শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে ১৪ ছেপ্টেম্বৰৰ পৰিৱৰ্তে ১৫ ছেপ্টেম্বৰত বন্ধ ঘোষণা

শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে ১৪ ছেপ্টেম্বৰৰ পৰিৱৰ্তে ১৫ ছেপ্টেম্বৰত বন্ধ ঘোষণা

মাধৱদেৱৰ তিথি উপলক্ষে অসম চৰকাৰে বন্ধৰ দিন এদিন পিছুৱাইছে।

মাধৱদেৱৰ তিথি উপলক্ষে অসম চৰকাৰে বন্ধৰ দিন এদিন পিছুৱাইছে।

মাধৱদেৱৰ তিথি উপলক্ষে অসম চৰকাৰে বন্ধৰ দিন এদিন পিছুৱাইছে।

  • Share this:
অসম চৰকাৰে শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে ১৪ ছেপ্টেম্বৰত বন্ধ ঘোষণা কৰিছিল। কিন্তু, বৰ্তমান ১৪ ছেপ্টেম্বৰৰ পৰিবৰ্তে ১৫ ছেপ্টেম্বৰত বন্ধ ঘোষণা কৰিছে। এক জাননীৰ জৰিয়তে চৰকাৰে এই কথা জানিবলৈ দিয়ে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি