• Home
  • »
  • News
  • »
  • assam
  • »
  • Tingrai Grenade Blast : টিংৰাইৰ গ্ৰেনেড বিস্ফোৰণত নিহতৰ পৰিয়ালক ৫ লাখকৈ টকাৰ সাহাৰ্য ৷ সঞ্জীৱ সিং, সুৰজিৎ তালুকদাৰৰ পৰিয়ালক চেক প্ৰদান।

Tingrai Grenade Blast : টিংৰাইৰ গ্ৰেনেড বিস্ফোৰণত নিহতৰ পৰিয়ালক ৫ লাখকৈ টকাৰ সাহাৰ্য ৷ সঞ্জীৱ সিং, সুৰজিৎ তালুকদাৰৰ পৰিয়ালক চেক প্ৰদান।

বিস্ফোৰণত নিহত সঞ্জীৱ সিং আৰু সুৰজিৎ তালুকদাৰৰ ঘৰত উপস্থিত হৈ পৰিয়ালক চেক প্ৰদান ৷

বিস্ফোৰণত নিহত সঞ্জীৱ সিং আৰু সুৰজিৎ তালুকদাৰৰ ঘৰত উপস্থিত হৈ পৰিয়ালক চেক প্ৰদান ৷

বিস্ফোৰণত নিহত সঞ্জীৱ সিং আৰু সুৰজিৎ তালুকদাৰৰ ঘৰত উপস্থিত হৈ পৰিয়ালক চেক প্ৰদান ৷

  • Share this:
ডিগবৈ টিংৰাইৰ গ্ৰেনেড বিস্ফোৰণত নিহতৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ ৫ লাখকৈ টকাৰ চেক প্ৰদান ৷

বিস্ফোৰণত নিহত সঞ্জীৱ সিং আৰু সুৰজিৎ তালুকদাৰৰ ঘৰত উপস্থিত হৈ পৰিয়ালক চেক প্ৰদান ৷

চেক প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ আৰু স্থানীয় বিধায়ক সুৰেণ ফুকনে ৷
Published by:Manjumoni Borah
First published: