বিস্ফোৰণত নিহত সঞ্জীৱ সিং আৰু সুৰজিৎ তালুকদাৰৰ ঘৰত উপস্থিত হৈ পৰিয়ালক চেক প্ৰদান ৷
বিস্ফোৰণত নিহত সঞ্জীৱ সিং আৰু সুৰজিৎ তালুকদাৰৰ ঘৰত উপস্থিত হৈ পৰিয়ালক চেক প্ৰদান ৷
ডিগবৈ টিংৰাইৰ গ্ৰেনেড বিস্ফোৰণত নিহতৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ ৫ লাখকৈ টকাৰ চেক প্ৰদান ৷
বিস্ফোৰণত নিহত সঞ্জীৱ সিং আৰু সুৰজিৎ তালুকদাৰৰ ঘৰত উপস্থিত হৈ পৰিয়ালক চেক প্ৰদান ৷
চেক প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ আৰু স্থানীয় বিধায়ক সুৰেণ ফুকনে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|