
বৰ্তমান ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ ২৮ শতাংশ। ৩ শতাংশ বৃদ্ধিৰ পিছত এই পৰিমাণ হ’বগৈ ৩১ শতাংশ যিটো কেন্দ্ৰীয় কৰ্মচাৰীৰ সমান।
বৰ্তমান ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ ২৮ শতাংশ। ৩ শতাংশ বৃদ্ধিৰ পিছত এই পৰিমাণ হ’বগৈ ৩১ শতাংশ যিটো কেন্দ্ৰীয় কৰ্মচাৰীৰ সমান।
ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ।
ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধি। এতিয়া কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ সমহাৰত মৰগীয়া বানচ লাভ কৰিব ৰাজ্যিক কৰ্মচাৰীসকলেও। কেন্দ্ৰীয় চৰকাৰৰ সমহাৰত ৰাজ্য চৰকাৰেও ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচৰ পৰিমাণ ৩ শতাংশ বৃদ্ধিৰে ৩১ শতাংশলৈ বৃদ্ধি কৰিছে। বিগত জুলাই মাহৰ পৰা এই মৰগীয়া বানচ কাৰ্যকৰী হ’ব।বৰ্তমান ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ ২৮ শতাংশ। ৩ শতাংশ বৃদ্ধিৰ পিছত এই পৰিমাণ হ’বগৈ ৩১ শতাংশ যিটো কেন্দ্ৰীয় কৰ্মচাৰীৰ সমান।
উল্লেখযোগ্য যে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে মৰগীয়া বানচ ৩১ শতাংশলৈ বৃদ্ধি কৰিছিল। তাৰ পিছতে ৰাজ্যৰ বিত্ত বিভাগে ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচ বৃদ্ধিৰ চৰকাৰী অধিসূচনা জাৰি কৰে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|