আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হ’ল ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী

এইবাৰ ৰাজ্য চৰকাৰে তিনিদিনীয়াকৈ স্বাধীনতা দিৱসৰ আয়োজন কৰিছে

News18-Assam
Updated:August 13, 2019, 6:33 PM IST
আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হ’ল ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী
এইবাৰ ৰাজ্য চৰকাৰে তিনিদিনীয়াকৈ স্বাধীনতা দিৱসৰ আয়োজন কৰিছে
News18-Assam
Updated: August 13, 2019, 6:33 PM IST
আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হ’ল ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী । এইবেলি ৰাজ্য চৰকাৰে তিনিদিনীয়াকৈ স্বাধীনতা দিৱসৰ আয়োজন কৰিছে । মঙ্গলবাৰে মহানগৰ আৰক্ষীয়ে স্বাধীনতা দিৱসৰ অংশ হিচাপে আবেলি ৰোড মাৰ্চিং কাৰ্যসূচী গ্ৰহণ কৰে ।



মহানগৰ আৰক্ষীৰ পশ্চিম সংমণ্ডলে জালুকবাৰীৰ পৰা কামাখ্যা গেটলৈ অসম আৰক্ষীৰ কামাণ্ডো বাহিনীৰ ৰোডমাৰ্চিং কৰে । কামাণ্ডো বাহিনীৰ লগত সহযোগ কৰে পশ্চিম সংমণ্ডল আৰক্ষীৰ উচ্চপদস্থ বিষয়া, জালুকবাৰী আৰক্ষী চকী আৰু জালুকবাৰী যানবাহন নিয়ন্ত্ৰণ আৰক্ষী চকীয়ে ।



স্বাধীনতা দিৱসৰ সকলো কাৰ্যসূচীতে ৰাইজক সক্ৰিয়  ভাবে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে প্ৰশাসনে।
আৰু চাওক পৰৱৰ্তী বাতৰি