মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Tribute to Milkha Singh : ধিং এক্সপ্ৰেছ হিমা দাসেও শ্ৰদ্ধাঞ্জলি জনালে মিলখা সিঙলৈ।

Tribute to Milkha Singh : ধিং এক্সপ্ৰেছ হিমা দাসেও শ্ৰদ্ধাঞ্জলি জনালে মিলখা সিঙলৈ।

News18 Assam | News18-Assam
Updated:June 19, 2021, 8:21 AM IST
Tribute to Milkha Singh : ধিং এক্সপ্ৰেছ হিমা দাসেও শ্ৰদ্ধাঞ্জলি জনালে মিলখা সিঙলৈ।
"দেশবাসীয়ে আপোনাক চিৰদিন মনত ৰাখিব আৰু আপুনি চিৰদিন আমাৰ বাবে অনুপ্ৰেৰণা হৈ থাকিব।" হিমাৰ শ্ৰদ্ধাঞ্জলি।

"দেশবাসীয়ে আপোনাক চিৰদিন মনত ৰাখিব আৰু আপুনি চিৰদিন আমাৰ বাবে অনুপ্ৰেৰণা হৈ থাকিব।" হিমাৰ শ্ৰদ্ধাঞ্জলি।

  • Share this:
সমগ্ৰ দেশৰ লগতে ধিং এক্সপ্ৰেছ হিমা দাসেও শ্ৰদ্ধাঞ্জলি জনালে কিংবদন্তি ক্ৰীড়াবিদ মিলখা সিঙলৈ। টুইটযোগে অসমৰ তাৰকা দৌৰবিদগৰাকীয়ে মহান খেলুৱৈগৰাকীলৈ জনালে শ্ৰদ্ধাঞ্জলি।



খেলুৱৈগৰাকীৰ মৃত্যুত গভাৰ শোক প্ৰকাশ কৰি হিমই কয়, "দেশবাসীয়ে আপোনাক চিৰদিন মনত ৰাখিব আৰু আপুনি চিৰদিন আমাৰ বাবে অনুপ্ৰেৰণা হৈ থাকিব।"
Published by: Manjumoni Borah
First published: June 19, 2021, 8:07 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি