News18 AssamNews18 Assam
|
News18-Assam Updated:January 3, 2020, 3:18 PM IST
Source-Google
অহা মাৰ্চ মাহত অনুষ্ঠিত হ’ব পাৰে এই বিশেষ টেট পৰীক্ষা।
যোৱা ৩১ তাৰিখে ৰাজ্যত অনুষ্ঠিত হৈ যোৱা টেট পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছত ৰাজ্যৰ শিক্ষা বিভাগ সাজু হৈছে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ। অসম সৰ্ব শিক্ষা মিছনৰ অধীনত ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় সমূহত কৰ্মৰত ঠিকা ভিত্তিক শিক্ষকসকলৰ বাবে অনুষ্ঠিত কৰা হ’ব এই বিশেষ টেট পৰীক্ষা। এই পৰীক্ষাত অৱতীৰ্ণ হ’বলৈও প্ৰাথীক প্ৰয়োজন হ’ব NCTE ৰ নৰ্মচ অনুযায়ী অৰ্হতা। অহা মাৰ্চ মাহত অনুষ্ঠিত হ’ব পাৰে এই বিশেষ টেট পৰীক্ষা।
এই পৰীক্ষাত অৱতীৰ্ণ হ’বলৈও প্ৰাথীক প্ৰয়োজন হ’ব NCTE ৰ নৰ্মচ অনুযায়ী অৰ্হতা। অহা মাৰ্চ মাহত অনুষ্ঠিত হ’ব পাৰে এই বিশেষ টেট পৰীক্ষা।