• Home
  • »
  • News
  • »
  • assam
  • »
  • Special HS exam result 2021: HS চূড়ান্ত বৰ্ষৰ বিশেষ পৰীক্ষাত উজ্বলিল যোৰহাট, ওদালগুৰিসহ ৪খন জিলা, সৰ্বনিম্ন ফলাফল কামৰূপ মহানগৰত

Special HS exam result 2021: HS চূড়ান্ত বৰ্ষৰ বিশেষ পৰীক্ষাত উজ্বলিল যোৰহাট, ওদালগুৰিসহ ৪খন জিলা, সৰ্বনিম্ন ফলাফল কামৰূপ মহানগৰত

www.ahsec.assam.gov.in ৱেব ছাইটত উপলব্ধ হয় ফলাফল। মুঠ ১,৪১৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ এই বিশেষ পৰীক্ষাত।

  • Share this:
Special HS exam result 2021: শনিবাৰে ঘোষণা কৰা হয় উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিশেষ পৰীক্ষাৰ ফলাফল। ফলাফল অনুসৰি, ৪ খন জিলাত ১০০ শতাংশ উত্তীৰ্ণ হোৱাৰ বিপৰীতে সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ কামৰূপ মহানগৰ জিলাত।

ৰাজ্যৰ চাৰিখন জিলা ক্ৰমে বঙাইগাঁও, যোৰহাট, দক্ষিণ শালমাৰা আৰু ওদালগুৰি জিলাত ১০০ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। কামৰূপ মহানগৰৰ ফলাফল প্ৰকাশিত তালিকাৰ সৰ্বনিম্ন স্থানত। কেৱল মাত্ৰ ৭.৬৯ শতাংশ হিচাপত উত্তীৰ্ণ হাৰ। কামৰূপ মহানগৰৰ ১৩ গৰাকী পৰীক্ষাৰ্থীয়ে এই বিশেষ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। আৰু তাৰে ভিতৰত কেৱল মাত্ৰ এগৰাকী পৰাক্ষাৰ্থীহে উত্তীৰ্ণ হবলৈ সক্ষম হয়।

www.ahsec.assam.gov.in ৱেব ছাইটত উপলব্ধ হয় ফলাফল। মুঠ ১,৪১৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ এই বিশেষ পৰীক্ষাত। এই পৰীকক্ষাত কামৰূপ গ্ৰাম্যৰ সৰ্বাধিক সংখ্যাক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ১২৭ গৰাকী পৰীক্ষাৰ্থীৰ ১০১ গৰাকীয়ে সাফল্য লাভ কৰে এই পৰীক্ষাত।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Himangshu Bhuyan
First published: