உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আগৰ দৰে আৰু কা আন্দোলন কৰিব নিবিচাৰো ! কা আন্দোলনৰ কথা মনত আছে, ব্ৰেইনত আছে: জুবিন গাৰ্গ

    আগৰ দৰে আৰু কা আন্দোলন কৰিব নিবিচাৰো ! কা আন্দোলনৰ কথা মনত আছে, ব্ৰেইনত আছে: জুবিন গাৰ্গ

    'কা আন্দোলনৰ কথা মনত আছে , ব্ৰেইনত আছে ৷ কিন্তু আগৰ দৰে আৰু কা আন্দোলন কৰিব নিবিচাৰো ৷ ' এই মন্তব্য নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গৰ ৷

    • Share this:
    'কা আন্দোলনৰ কথা মনত আছে , ব্ৰেইনত আছে ৷ কিন্তু আগৰ দৰে আৰু কা আন্দোলন কৰিব নিবিচাৰো ৷ ' এই মন্তব্য নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গৰ ৷

    বঙাইগাঁৱত গানৰ শ্বুটিঙৰ বাবে উপস্থিত হৈ জুবিনে কয় যে কা আন্দোলনৰ কথা মনত আছে ৷ কিন্তু পুনৰ বাৰ আগৰ দৰে আন্দোলন কৰিব বিচৰা নাই। আগৰ বাৰ আন্দোলন বহুত বেছি হৈ গ’ল। সকলোৱে মনত ৰখা উচিত ৷ এইটো 'ৰিচেন্টলি' চৰকাৰৰ হাতত গটাই দিছো ।ৰাজ্যৰ নতুন চৰকাৰখনে কা বন্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা উচিত ৷ ইফালে নৱবৰ্ষৰ সময়ত ৰাজ্যত সংঘটিত পথ দুৰ্ঘটনাক লৈ উদ্বেগ ব্যক্ত কৰি জুবিন গাৰ্গে ৩১ ডিচেম্বৰ আৰু পহিলা জানুৱাৰীত সকলোকে সতৰ্ক কথাৰ বাবে অনুৰোধ জনায় ৷ আনহাতে বিশেষ জৰুৰী কাম নাথাকিলে ৩১ ডিচেম্বৰৰ দিনটো ঘৰতে থাকি উদযাপন কৰিবলৈ তেওঁ অনুৰোধ জনায় ৷ ইফালে , যোৰহাটৰ আছু নেতা অনিমেষ হত্য়াৰ ঘটনাৰ প্ৰত্যক্ষদৰ্শীসকলক আদালতত সাক্ষ্য দিয়াৰ বাবেও জুবিন গাৰ্গে অনুৰোধ কৰে ৷ বঙাইগাঁও আৰু চিৰাঙত শ্বুটিঙৰ বাবে জুবিন গাৰ্গে নিশা উপস্থিত হয় ৷

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Kokil Sarma
    First published: