உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অসম সচিবালয়ত বৃহত্‍ নিযুক্তিৰ বিজ্ঞাপন, কিদৰে কৰিব লাগিব আবেদন? জানি লওক সবিশেষ

    অসম সচিবালয়ত বৃহত্‍ নিযুক্তিৰ বিজ্ঞাপন, কিদৰে কৰিব লাগিব আবেদন? জানি লওক সবিশেষ

    Source-Google

    Source-Google

    খালী হৈছে ৮৬টা কম্পিউটাৰ অপাৰেটৰৰ পদ।

    • Share this:
    অসম সচিবালয়ত বৃহত্‍ নিযুক্তিৰ বিজ্ঞাপন। খালী হৈছে ৮৬টা কম্পিউটাৰ অপাৰেটৰৰ পদ। জানি লওক সবিশেষ-

    •  অসম সচিবালয়ৰ কম্পিউটাৰ অপাৰেটৰ(ইংৰাজী) - খালী হৈছে ৬৮টা পদ।

    • অসম সচিবালয়ৰ কম্পিউটাৰ অপাৰেটৰ(অসমীয়া) - খালী হৈছে ১৮টা পদ।


    ইয়াৰে ভিতৰত-

    •  এচ চি বৰ্গৰ বাবে সংৰক্ষিত- ৬

    • অবিচি, এম অ বি চিৰ বাবে সংৰক্ষিত- ৩৪

    • অসংৰক্ষিত- ২৫

    • বিশেষ সক্ষম- ৪

    • আৰ্থিক ভাবে পিছপৰা শ্ৰেণী- ৬টা পদ।

    • মহিলাৰ বাবে সংৰক্ষণ- ৩০ শতাংশ


    শিক্ষাগত অৰ্হতা-

    •  প্ৰাৰ্থী জন স্নাতক উত্তীৰ্ণ হ’ব লাগিব।

    • কমেও ছমহীয়া কম্পিউটাৰ ডিপ্লমাৰ প্ৰমাণপত্ৰ থাকিব লাগিব।


    কিদৰে কৰিব লাগিব আবেদন-

    •  সম্পূৰ্ণ অনলাইন প্ৰক্ৰিয়াৰে হ’ব আবেদন প্ৰক্ৰিয়া।

    • আজিৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া।

    • আবেদনৰ শেষ তাৰিখ- ২০ ফেব্ৰুৱাৰী।

    Published by:Himangshu Bhuyan
    First published: