• Home
  • »
  • News
  • »
  • assam
  • »
  • School Reopen In Assam: পৰিস্থিতি উন্নত হ'লে ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ'ব বিদ্যালয়ৰ পাঠদান, HSLCৰ ফলাফলত অসন্তুষ্ট পৰীক্ষাৰ্থীয়ে কি কৰিব?

School Reopen In Assam: পৰিস্থিতি উন্নত হ'লে ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ'ব বিদ্যালয়ৰ পাঠদান, HSLCৰ ফলাফলত অসন্তুষ্ট পৰীক্ষাৰ্থীয়ে কি কৰিব?

নৱম শ্ৰেণীৰ ফলাফলো ইয়াত ধৰা হৈছিল ৷ সেয়ে উত্তীৰ্ণৰ হাৰ বাঢ়িছেঃ শিক্ষামন্ত্ৰী

নৱম শ্ৰেণীৰ ফলাফলো ইয়াত ধৰা হৈছিল ৷ সেয়ে উত্তীৰ্ণৰ হাৰ বাঢ়িছেঃ শিক্ষামন্ত্ৰী

নৱম শ্ৰেণীৰ ফলাফলো ইয়াত ধৰা হৈছিল ৷ সেয়ে উত্তীৰ্ণৰ হাৰ বাঢ়িছেঃ শিক্ষামন্ত্ৰী

  • Share this:
'কোভিড পৰিস্থিতি এনেদৰে উন্নত হ'লে অহা এক ছেপ্তেম্বৰৰ পৰা নৱম-দশম আৰু একাদশ-দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হ'ব ৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সৈতে যোৱা কালি আলোচনা কৰিছিলো ৷ স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰি আমি সিদ্ধান্ত ল'ম ৷ কলেজৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰছাত্ৰীৰ পাঠদান আৰম্ভ কৰাৰ বাবে চিন্তা কৰা হৈছে।'- শুকুৰবাৰে এই মন্তব্য কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

এনেদৰে চাওক HSLCৰ ৰিজাল্টঃ

মেট্ৰিক উত্তীৰ্ণ ছাত্ৰছাত্ৰীসকললৈ শুভেচ্ছা শিক্ষা মন্ত্ৰী ডা° ৰণোজ পেগুৱে কয় যে, 'উৰ্ত্তীণৰ হাৰ বৃদ্ধি পাইছে কিন্তু কলেজত নামভৰ্তিৰ বাবে অসুবিধা নহ'ব ৷ ফলাফলত অসন্তুষ্ট ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱৰ্তীণ হ'বলৈ আবেদন কৰিব পাৰিব।পৰীক্ষাৰ ভিত্তিত নহয়; তথ্যৰ ভিত্তিত এই ফলাফল দিয়া হৈছে ৷ নৱম শ্ৰেণীৰ ফলাফলো ইয়াত ধৰা হৈছিল ৷ সেয়ে উত্তীৰ্ণৰ হাৰ বাঢ়িছে।'
Published by:Himangshu Bhuyan
First published: