• Home
  • »
  • News
  • »
  • assam
  • »
  • পৱিত্ৰ ৰাস উৎসৱত চুটি পোছাক পিন্ধি উদ্দাম নৃত্য় ! দৃশ্য Viral হৈ পৰিছে Social Mediaত, সৰ্বত্ৰ ধিক্কাৰ...

পৱিত্ৰ ৰাস উৎসৱত চুটি পোছাক পিন্ধি উদ্দাম নৃত্য় ! দৃশ্য Viral হৈ পৰিছে Social Mediaত, সৰ্বত্ৰ ধিক্কাৰ...

মৰিগাঁও জিলাৰ বৰঙাবাৰীৰ ৰাসথলীৰ দৃশ্য এতিয়া Viral হৈ পৰিছে Social Mediaত। এই দৃশ্যক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চৌদিশে। ঐতিহ্যপূৰ্ণ ৰাসক লৈ একাংশৰ এই কাৰ্যক সকলোৱে একেমুখে ধিক্কাৰ দিছে। 

  • Share this:
Assam News Today : মৰিগাঁও জিলাৰ বৰঙাবাৰীৰ ৰাসথলীৰ দৃশ্য এতিয়া Viral হৈ পৰিছে Social Mediaত। এই দৃশ্যক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চৌদিশে। ঐতিহ্যপূৰ্ণ ৰাসক লৈ একাংশৰ এই কাৰ্যক সকলোৱে একেমুখে ধিক্কাৰ দিছে।

এনে দৃশ্য দেখিলে হয়তো আপোনাৰ মনলৈও প্ৰশ্ন আহিব পাৰে এয়া সচাকৈয়ে ৰাস নৃত্য হয়নে ? স্বল্প বস্ত্ৰ পৰিধানেৰে একাংশই কৰা অশ্লীল নৃত্যই ৰাসৰ মৰ্যাদা হানি কৰা নাইনে ? মৰিগাঁৱৰ এই ৰাসৰ দৃশ্যত চুটি চুটি কাপোৰ পিন্ধি কৰা উদ্দাম নৃত্যই ভক্তপ্ৰাণ ৰাইজক ব্যথিত কৰি তুলিছে।

ধাৰ্মিক অনুষ্ঠানক বজৰুৱা সংস্কৃতিলৈ পৰ্যবসিত কৰা এই ৰাসৰ দৃশ্যক লৈ সৰ্বত্ৰ চলিছে আলোচনা। সচেতন লোকসকলে শীঘ্ৰেই এনে অনুষ্ঠানৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে। ভগৱান শ্ৰীকৃষ্ণৰ পৱিত্ৰ উৎসৱত ৰাস নৃত্যক উদ্দাম নৃত্যলৈ পৰ্যবসিত কৰা কাৰ্যক কোনোৱেই সহজভাৱে মানি ল'ব পৰা নাই।
Published by:Kokil Sarma
First published: