• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Pradesh Mahila Congress : কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক কিন্নৰৰ লগত তুলনা, গোলাঘাটৰ নেতাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ কংগ্ৰেছৰ

Assam Pradesh Mahila Congress : কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক কিন্নৰৰ লগত তুলনা, গোলাঘাটৰ নেতাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ কংগ্ৰেছৰ

সামাজিক মাধ্যমত অশালীন মন্তব্য কৰা ঋতু বৰাৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা লয় তাৰ অপেক্ষাত থকাৰ কথা প্ৰকাশ কংগ্ৰেছৰ।

  • Share this:
কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক লৈ অশালীন মন্তব্য কৰাৰ বাবে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিলে অসম প্ৰদেশ কংগ্ৰেছ মহিলা সমিতিয়ে।

গোলাঘাট জিলাৰ ঋতু বৰা নামৰ এজন বিজেপি নেতাৰ বিৰুদ্ধে এই এজাহাৰ দাখিল কৰে দিছপুৰ আৰক্ষী থানাত।

অভিযোগ মতে, কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক (Priyanka Gandhi) কিন্নৰৰ লগত তুলনা কৰাৰ বাবে বৰাৰ বিৰুদ্ধে গোচৰ তৰা বুলি জানিবলৈ দিয়ে কংগ্ৰেছ মহিলা সমিতিয়ে। কংগ্ৰেছৰ মহিলা সমিতিয়ে জানিবলৈ দিয়া মতে, আজি প্ৰতিখন জিলাত ঋতু বৰাৰ বিৰুদ্ধে দাখিল কৰিব এজাহাৰ।

সামাজিক মাধ্যমত অশালীন মন্তব্য কৰা ঋতু বৰাৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা লয় তাৰ অপেক্ষাত থকাৰ কথা প্ৰকাশ কংগ্ৰেছৰ (Assam Pradesh Mahila Congress)। কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ সহযোগত মহিলাৰ এটি দলে যুৱকজনৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ।
Published by:Gautam Barman
First published: