মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Anand Mishra IPS : একচনত আইপিএছ আনন্দ মিশ্ৰ। নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দায়িত্ৱ লৈয়েই ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অভিযান।

Anand Mishra IPS : একচনত আইপিএছ আনন্দ মিশ্ৰ। নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দায়িত্ৱ লৈয়েই ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অভিযান।

News18 Assam | News18-Assam
Updated:May 19, 2021, 1:57 PM IST
Anand Mishra IPS : একচনত আইপিএছ আনন্দ মিশ্ৰ। নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দায়িত্ৱ লৈয়েই ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অভিযান।
আটক চিৰাজুল ইছলাম নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰী। ৩২গ্ৰাম হেৰ'ইন আৰু ১২পেকেট ব্ৰাউন ছুগাৰ জব্দ।

আটক চিৰাজুল ইছলাম নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰী। ৩২গ্ৰাম হেৰ'ইন আৰু ১২পেকেট ব্ৰাউন ছুগাৰ জব্দ।

  • Share this:
একচনত আইপিএছ আনন্দ মিশ্ৰ (Anand Mishra IPS)। নতুনকৈ নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ৱ লোৱাৰ পাছতে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে এছ পি আনন্দ মিশ্ৰৰ অভিযান।



নগাঁৱৰ বটদ্ৰৱাত ব্ৰাউন ছুগাৰ আৰু হেৰ'ইনসহ আটক কৰিলে ড্ৰাগছ সৰবৰাহকাৰীক।



বটদ্ৰৱাৰ কদমনিত আটক চিৰাজুল ইছলাম নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰী। ৩২গ্ৰাম হেৰ'ইন আৰু ১২পেকেট ব্ৰাউন ছুগাৰ জব্দ কৰে চিৰাজুলৰ পৰা।

নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্ৱত নগাঁও ড্ৰাগছমুক্ত হ'ব বুলি আশা কৰিছে জিলাবাসীয়ে।
Published by: Manjumoni Borah
First published: May 19, 2021, 1:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি