• Home
  • »
  • News
  • »
  • assam
  • »
  • অসম আৰক্ষীয়ে সংগ্ৰহ কৰিব অখিল গগৈৰ ভইচ ছেম্পল

অসম আৰক্ষীয়ে সংগ্ৰহ কৰিব অখিল গগৈৰ ভইচ ছেম্পল

NIAৰ পিছত অসম আৰক্ষীয়ে সংগ্ৰহ কৰিব ভইচ ছেম্পল৷

NIAৰ পিছত অসম আৰক্ষীয়ে সংগ্ৰহ কৰিব ভইচ ছেম্পল৷

NIAৰ পিছত অসম আৰক্ষীয়ে সংগ্ৰহ কৰিব ভইচ ছেম্পল৷

  • Share this:
ভইচ ছেম্পল লোৱাৰ বাবে পুনৰ ফৰেনছিক বিজ্ঞানাগাৰলৈ অনা হৈছে কৃষক মুক্তিৰ নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালক৷ NIAৰ পিছত অসম আৰক্ষীয়ে সংগ্ৰহ কৰিব ভইচ ছেম্পল৷ গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চৰ ১/২০১৯নং গোচৰ আৰু নামৰূপ থানা ডিব্ৰুগড়ৰ দুতা গোচৰ ত আজি ফৰেনছিকলৈ অনা হৈছে অখিল গগৈ , ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালক। কা আন্দোলনত হোৱা হিংসাত্মক ঘটনাক লৈ ৰুজু হৈছিল গোচৰকেইটা।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি