
NIAৰ পিছত অসম আৰক্ষীয়ে সংগ্ৰহ কৰিব ভইচ ছেম্পল৷
NIAৰ পিছত অসম আৰক্ষীয়ে সংগ্ৰহ কৰিব ভইচ ছেম্পল৷
ভইচ ছেম্পল লোৱাৰ বাবে পুনৰ ফৰেনছিক বিজ্ঞানাগাৰলৈ অনা হৈছে কৃষক মুক্তিৰ নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালক৷ NIAৰ পিছত অসম আৰক্ষীয়ে সংগ্ৰহ কৰিব ভইচ ছেম্পল৷ গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চৰ ১/২০১৯নং গোচৰ আৰু নামৰূপ থানা ডিব্ৰুগড়ৰ দুতা গোচৰ ত আজি ফৰেনছিকলৈ অনা হৈছে অখিল গগৈ , ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালক। কা আন্দোলনত হোৱা হিংসাত্মক ঘটনাক লৈ ৰুজু হৈছিল গোচৰকেইটা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|