உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সন্মুখত বিধানসভা নিৰ্বাচন, অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সাল-সলনি

    সন্মুখত বিধানসভা নিৰ্বাচন, অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সাল-সলনি

    নিৰ্বাচনৰ পূৰ্বে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সাল-সলনি।

    নিৰ্বাচনৰ পূৰ্বে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সাল-সলনি।

    নিৰ্বাচনৰ পূৰ্বে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সাল-সলনি।

    • Share this:
    নিৰ্বাচনৰ পূৰ্বে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সাল-সলনি।

    • অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়স্থিত লামহাও ডুংগেলক পুলিচ কমিচনাৰেট গুৱাহাটীৰ Addl. DCP (অপৰাধ)শাখাৰ দায়িত্ব।

    • পুলিচ কমিচনাৰেট গুৱাহাটীৰ Addl. DCP (সীমান্ত) অমৰ চৌধুৰীক শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব।

    • শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নুমল মাহাত্তক পুলিচ কমিচনাৰেট গুৱাহাটীৰ Addl. DCP(পশ্চিম)ৰ দায়িত্বভাৰ।

    • শিৱসাগৰ লিগিৰীপুখুৰীৰ 25th AP(ONGC)Bn.ৰ 2 I/C বিতুল চেতিয়াক ডিব্ৰুগড়ৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (HQ)হিচাপে বদলি।

    • অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ৰ আছিফ আহমেদক কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(HQ)ৰ দায়িত্ব।

    • কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শ‌ইকীয়াক পুলিচ কমিচনাৰেট গুৱাহাটীৰ Addl. DCP(ADMN.)ৰ দায়িত্ব।

    • পুলিচ কমিচনাৰেট গুৱাহাটীৰ Addl. DCP(ADMN.)ৰ পনজিৎ দুৱৰাক মাণ্ডাকাটাস্থিত কামাণ্ডো বেটালিয়নৰ ডেপুটি কামাণ্ডেন্টৰ দায়িত্ব।

    • যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালক কাৰ্বি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(HQ) হিচাপে বদলি৷

    • কাৰ্বি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱাক ডিমা হাছাওৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব।

    • ডিমা হাছাওৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মানবেন্দ্ৰ গগৈক যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব।

    • পুলিচ কমিচনাৰেট গুৱাহাটীৰ Addl. DCP(যান-বাহন) মৃন্ময় গোস্বামীক যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(HQ) ৰ দায়িত্ব।

    • কাহিলিপাৰাৰ 4th APBn ৰ 2 I/C মাধুৰিমা দাসক পুলিচ কমিচনাৰেট গুৱাহাটীৰ Addl. DCP(traffic) ৰ দায়িত্ব।

    • পুলিচ কমিচনাৰেট গুৱাহাটীৰ Addl. DCP(west) সুপ্ৰতিভ লাল বৰুৱাক কাহিলিপাৰাস্থিত 10th APBn ৰ 2 I/C হিচাপে বদলি।

    • মাণ্ডাকাটাস্থিত কামাণ্ডো বেটালিয়নৰ ডেপুটি কামাণ্ডেন্ট বিবেকানন্দ দাসক পুলিচ কমিচনাৰেট গুৱাহাটীৰ Addl. DCP(পূৱ)ৰ দায়িত্বভাৰ

    • বৰপেটা হাওলিৰ 4th APTF Bn. ৰ 2 i/c আৰিফ আহমেদক শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব৷

    • বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আব্দুছ ছামাদ হুচেইনক হাওলিৰ 4th APTF Bn. ৰ 2 i/c ৰ দায়িত্ব।

    • কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৌৰভ কুমাৰ আগৰৱালাক বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব।

    • ডিব্ৰুগড়ৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিত্য ৰঞ্জন চুতীয়াক তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(নিৰাপত্তা)হিচাপে বদলি৷

    • শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাক নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব৷

    • শিলচৰস্থিত অসম বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ SSP(সীমান্ত) ফৈজ আহমেদ বৰভূঞাক কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব।

    • কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰশান্ত দত্তক শিলচৰস্থিত অসম বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ SSP(সীমান্ত)ৰ দায়িত্ব।

    • তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ডেভিদ নিঙাইটেক ডিব্ৰুগড়ৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(নিৰাপত্তা)হিচাপে বদলি।

    • দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱী মজুমদাৰক মৰিগাঁৱৰ 16th AP(IR)Bn. ৰ 2 i/c ৰ দায়িত্বভাৰ৷

    Published by:Himangshu Bhuyan
    First published: