মুখ্যপৃষ্ঠা » খবৰ

» অসম

»SI কেলেংকাৰীৰ অন্যতম অভিযুক্ত নৃপেন নাথৰ আত্মসমৰ্পণ, আদালতে কৰিছিল পলাতক ঘোষণা

SI কেলেংকাৰীৰ অন্যতম অভিযুক্ত নৃপেন নাথৰ আত্মসমৰ্পণ, আদালতে কৰিছিল পলাতক ঘোষণা

News18 Assam | News18-Assam
Updated:September 13, 2021, 5:37 PM IST
SI কেলেংকাৰীৰ অন্যতম অভিযুক্ত নৃপেন নাথৰ আত্মসমৰ্পণ, আদালতে কৰিছিল পলাতক ঘোষণা
ইতিমধ্যে SI কেলেংকাৰীৰ সন্দৰ্ভত ৩৮ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ইতিমধ্যে SI কেলেংকাৰীৰ সন্দৰ্ভত ৩৮ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

  • News18 Assam
  • Last Updated: September 13, 2021, 5:37 PM IST
  • Share this:
ৰাজ্য জোঁকাৰি যোৱা অসম আৰক্ষীৰ SI নিযুক্তি কেলেংকাৰীৰ অন্যতম অভিযুক্ত নৃপেন নাথে অৱশেষত আত্মসমৰ্পণ কৰে।  ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতত সোমবাৰে আত্মসমৰ্পন কৰে নাথে।

উল্লেখ্য যে,  আদালতে পলাতক ঘোষণা কৰিছিল নৃপেন নাথক। আত্মসমৰ্পণ কৰাৰ পিছত নাথক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে বিশেষ ন্যায়াধীশৰ আদালতে। ইতিমধ্যে SI কেলেংকাৰীৰ সন্দৰ্ভত ৩৮ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
Published by: Himangshu Bhuyan
First published: September 13, 2021, 5:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি