দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বন্দীহানাত আৰক্ষী বিষয়াৰ আত্মহত্যা

কি কাৰণত আৰক্ষী বিষয়াজনে আত্মহত্যা কৰিলে সেই সম্পৰ্কে জানিব পৰা হোৱা নাই।

News18-Assam
Updated:September 6, 2019, 1:14 PM IST
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বন্দীহানাত আৰক্ষী বিষয়াৰ আত্মহত্যা
কি কাৰণত আৰক্ষী বিষয়াজনে আত্মহত্যা কৰিলে সেই সম্পৰ্কে জানিব পৰা হোৱা নাই।
News18-Assam
Updated: September 6, 2019, 1:14 PM IST
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বন্দীহানা আৰক্ষী চকীত অঘটন৷ আৰক্ষী চকীখনৰ কোঠালিত চিপ লোৱা অৱস্থাত উদ্ধাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা উপ–পৰিদৰ্শক খনীন্দ্ৰ ৰায়ৰ মৃতদেহ। ঘটনাস্থলীলৈ ৰাওনা হৈছে আৰক্ষী অধীক্ষক কংকন জ্যোতি হাজৰিকা। বৰ্তমান আৰক্ষী চকীতে ৰখা হৈছে মৃত খনীন্দ্ৰ ৰায়ৰ মৃতদেহ। কি কাৰণত আৰক্ষী বিষয়াজনে আত্মহত্যা কৰিলে সেই সম্পৰ্কে জানিব পৰা হোৱা নাই।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি