অসম আৰক্ষীৰ চেষ্টাত আজি কাশ্মীৰ (Kashmir)ত উদ্ধাৰ কৰা হয় অসমৰ পৰা নিৰুদ্দেশ হোৱা এজন কিশোৰক। জানিব পৰা মতে, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (HSLC Result)ৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছিল ১৫ বছৰীয়া কিশোৰজন ৷
ক্ষেত্ৰী আৰক্ষীৰ তৎপৰতাত আৰু কাশ্মীৰ আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰা (Boy Rescued) হয় সন্ধানহীন হৈ থকা কিশোৰজনক ৷ ক্ষেত্ৰীৰ বেঙেনাবাৰেত ঘৰ কিশোৰজনৰ ৷
উদ্ধাৰকাৰী দলটোত আছিল ক্ষেত্ৰী আৰক্ষীৰ সহকাৰী উপপৰিদৰ্শক প্ৰশান্ত গোশ্বামী আৰু কনিষ্টবল জীৱন জ্যোতি নাথ ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|