আৰক্ষীৰ জালত আৰক্ষী! ৩০০টকা উৎকোচ বিচাৰি গ্ৰেপ্তাৰ আৰক্ষী

ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল দৃশ্য।

News18
Updated:September 23, 2019, 1:12 PM IST
আৰক্ষীৰ জালত আৰক্ষী! ৩০০টকা উৎকোচ বিচাৰি গ্ৰেপ্তাৰ আৰক্ষী
ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল দৃশ্য।
News18
Updated: September 23, 2019, 1:12 PM IST
অৱশেষত আৰক্ষীৰ জালত ঘোচখোৰ আৰক্ষী জোৱান।
ডিব্ৰুগড়ৰ লাহোৱালত মাছ কঢ়িওৱা বাহনৰ পৰা লৈছিল ধন।
ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল ধন লোৱা দৃশ্য।

ধন বিচাৰি অশ্লীল গালি গালাজ পাৰিছিল মাছ বেপাৰীক।

চাওক বাতৰিঃ https://assam.news18.com/news/assam/assam-police-personnel-caught-taking-bribe-in-a-viral-vide-30793.html
আৰু চাওক পৰৱৰ্তী বাতৰি