• Home
  • »
  • News
  • »
  • assam
  • »
  • উৎকোচ লৈ হাতে–লোটে গ্ৰেপ্তাৰ হ’ল অসম আৰক্ষীৰ নায়ক মিঞাচান্দ আলী

উৎকোচ লৈ হাতে–লোটে গ্ৰেপ্তাৰ হ’ল অসম আৰক্ষীৰ নায়ক মিঞাচান্দ আলী

আজি ধন লৈ থাকোতে তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াই হাতে–লোটে গ্ৰেপ্তাৰ কৰে মি়ঞাচান্দক৷ বৰ্তমান V&AC–এ আইনী কাম–কাজ অব্যাহত ৰাখিছে।

  • Share this:
আৰক্ষীৰ মুখ্য কাৰ্যালয়ত দুৰ্নীতি নিবাৰকৰ অভিযান৷ বিল পাছ কৰাৰ নামত উৎকোচ লৈ হাতে–লোটে গ্ৰেপ্তাৰ হ’ল অসম আৰক্ষীৰ নায়ক মিঞাচান্দ আলী৷ অসম আৰক্ষীত বিভিন্ন কামৰ বিলৰ কাম কৰাৰ বাবে ধন বিচাৰিছিল মিঞাচান্দ আলীয়ে। আজি ধন লৈ থাকোতে তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াই হাতে–লোটে গ্ৰেপ্তাৰ কৰে মি়ঞাচান্দক৷ বৰ্তমান V&AC–এ আইনী কাম–কাজ অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি