ধেমাজিত ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা আৰক্ষী বিষয়াৰ

নিহত উপ–পৰিদৰ্শকজনৰ নাম নিপন নাথ।

News18-Assam
Updated:August 30, 2019, 2:38 PM IST
ধেমাজিত ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা আৰক্ষী বিষয়াৰ
নিহত উপ–পৰিদৰ্শকজনৰ নাম নিপন নাথ।
News18-Assam
Updated: August 30, 2019, 2:38 PM IST
ধেমাজিৰ চিচিবৰগাঁও আৰক্ষী চকীত ভয়ংকৰ ঘটনা। নিজৰ ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা এজন SIৰ। নিহত উপ–পৰিদৰ্শকজনৰ নাম নিপন নাথ। মৃত নিপন নাথৰ ঘৰ ৰঙিয়াত বুলি জানিব পৰা গৈছে। বৰ্তমানো জানিব পৰা হোৱা নাই আত্মহত্যাৰ কাৰণ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি