Crackdown on Drugs by Assam Police: ড্ৰাগছৰ বিৰুদ্ধে এসপ্তাহত ১২০টা কেছ, ২২৩ জনক গ্ৰেপ্তাৰ।

News18 Assam | News18-Assam
Updated:May 31, 2021, 7:47 PM IST
Crackdown on Drugs by Assam Police: ড্ৰাগছৰ বিৰুদ্ধে এসপ্তাহত ১২০টা কেছ, ২২৩ জনক গ্ৰেপ্তাৰ।
দেওবাৰে মুঠ ২০টা ড্ৰাগছ জব্দৰ ঘটনা পোহৰলৈ আহিছে। দেওবাৰৰ দিনটোত ৩৫জনক গ্ৰেপ্তাৰ হয়। জব্দ হৈছে ৪৬৯.৭ গ্ৰাম হেৰ'ইন, ৫৭৪ কেজি গাঞ্জা, প্ৰায় ১৫শ টেবলেট, ২০ হাজাৰৰো অধিক টকা।

দেওবাৰে মুঠ ২০টা ড্ৰাগছ জব্দৰ ঘটনা পোহৰলৈ আহিছে। দেওবাৰৰ দিনটোত ৩৫জনক গ্ৰেপ্তাৰ হয়। জব্দ হৈছে ৪৬৯.৭ গ্ৰাম হেৰ'ইন, ৫৭৪ কেজি গাঞ্জা, প্ৰায় ১৫শ টেবলেট, ২০ হাজাৰৰো অধিক টকা।

  • Share this:
ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ মাৰাথন অভিযান। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অভিযানকালত জব্দ হৈছে বহু পৰিমাণৰ ড্ৰাগছ।

২৫ মে'ৰ পৰা ২৯ মে'ৰ ভিতৰত মুঠ ১২০ টা ড্ৰাগছ জব্দৰ ঘটনা। মুঠ ২২৩ জন ড্ৰাগছৰ সৈতে লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জব্দ হৈছে ২,৪৩৯ গ্ৰাম হেৰ'ইন, ৯১ কেজি গাঞ্জা, ১৭,৫৫১টা কফ ছিৰাপৰ বটল, ১.৫০ লাখৰো অধিক মেথ টেবলেট, ১৪.১৬ গ্ৰাম ম'ৰফিন, ১০লাখৰো অধিক টকা।

দেওবাৰে মুঠ ২০টা ড্ৰাগছ জব্দৰ ঘটনা পোহৰলৈ আহিছে। দেওবাৰৰ দিনটোত ৩৫জনক গ্ৰেপ্তাৰ হয়। জব্দ হৈছে ৪৬৯.৭ গ্ৰাম হেৰ'ইন, ৫৭৪ কেজি গাঞ্জা, প্ৰায় ১৫শ টেবলেট, ২০ হাজাৰৰো অধিক টকা। টুইটাৰযোগে মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীৰ এই পদক্ষেপৰ শলাগ লয়।
Published by: Kokil Sarma
First published: May 31, 2021, 7:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি