
উচ্চতম ন্যায়ালয়ে দিলে এই নিৰ্দেশনা। সময় বঢ়াবলৈ আৱেদন জনাইছিল কেন্দ্ৰই। আৱেদনৰ ভিত্তিত SCৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
উচ্চতম ন্যায়ালয়ে দিলে এই নিৰ্দেশনা। সময় বঢ়াবলৈ আৱেদন জনাইছিল কেন্দ্ৰই। আৱেদনৰ ভিত্তিত SCৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
চূড়ান্ত NRC প্ৰকাশৰ সময়সীমা বৃদ্ধি। এমাহলৈ বৃদ্ধি চূড়ান্ত NRC প্ৰকাশৰ সময়। পুনৰীক্ষণৰ বাবে দিলে এমাহৰ সময়সীমা। ৩১ আগষ্টত প্ৰকাশ পাব চূড়ান্ত NRC। উচ্চতম ন্যায়ালয়ে দিলে এই নিৰ্দেশনা। সময় বঢ়াবলৈ আৱেদন জনাইছিল কেন্দ্ৰই। আৱেদনৰ ভিত্তিত SCৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। পূৰ্বে NRC প্ৰকাশৰ দিন আছিল ৩১ জুলাই কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা জনালে যে বাংলাদেশৰ বৰ্ডাৰৰ সমীপত থকা ১২ শতাংশতকৈ অধিক লোকক ভুল পদ্ধতিৰে NRCত অন্তৰ্ভুক্ত কৰোৱা হৈছে। ইয়াৰ বাবে দ্বিতীয়বাৰৰ বাবে পুনৰীক্ষণৰ প্ৰয়োজন হৈছে।
Published by:Dulu Medhi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|