চূড়ান্ত NRC প্ৰকাশৰ সময়সীমা বৃদ্ধি, ৩১ আগষ্টত প্ৰকাশ পাব চূড়ান্ত NRC

News18-Assam
Updated:July 23, 2019, 4:26 PM IST
চূড়ান্ত NRC প্ৰকাশৰ সময়সীমা বৃদ্ধি, ৩১ আগষ্টত প্ৰকাশ পাব চূড়ান্ত NRC
উচ্চতম ন্যায়ালয়ে দিলে এই নিৰ্দেশনা। সময় বঢ়াবলৈ আৱেদন জনাইছিল কেন্দ্ৰই। আৱেদনৰ ভিত্তিত SCৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।

উচ্চতম ন্যায়ালয়ে দিলে এই নিৰ্দেশনা। সময় বঢ়াবলৈ আৱেদন জনাইছিল কেন্দ্ৰই। আৱেদনৰ ভিত্তিত SCৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।

  • Share this:
চূড়ান্ত NRC প্ৰকাশৰ সময়সীমা বৃদ্ধি। এমাহলৈ বৃদ্ধি চূড়ান্ত NRC প্ৰকাশৰ সময়। পুনৰীক্ষণৰ বাবে দিলে এমাহৰ সময়সীমা। ৩১ আগষ্টত প্ৰকাশ পাব চূড়ান্ত NRC। উচ্চতম ন্যায়ালয়ে দিলে এই নিৰ্দেশনা। সময় বঢ়াবলৈ আৱেদন জনাইছিল কেন্দ্ৰই। আৱেদনৰ ভিত্তিত SCৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। পূৰ্বে NRC প্ৰকাশৰ দিন আছিল ৩১ জুলাই কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা জনালে যে বাংলাদেশৰ বৰ্ডাৰৰ সমীপত থকা ১২ শতাংশতকৈ অধিক লোকক ভুল পদ্ধতিৰে NRCত অন্তৰ্ভুক্ত কৰোৱা হৈছে। ইয়াৰ বাবে দ্বিতীয়বাৰৰ বাবে পুনৰীক্ষণৰ প্ৰয়োজন হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি