অনলাইনত NRCৰ সম্পূৰ্ণ তালিকা, কেনেকৈ চাব নিজৰ আৰু পৰিয়ালৰ নাম?

প্ৰত্যেকেই এতিয়া চাব পাৰিব NRCত নিজৰ নাম।

News18
Updated:September 14, 2019, 6:01 PM IST
অনলাইনত NRCৰ সম্পূৰ্ণ তালিকা, কেনেকৈ চাব নিজৰ আৰু পৰিয়ালৰ নাম?
প্ৰত্যেকেই এতিয়া চাব পাৰিব NRCত নিজৰ নাম।
News18
Updated: September 14, 2019, 6:01 PM IST
আজিৰে পৰা অনলাইনত উপলব্ধ হৈছে অসমৰ এনআৰচিৰ সম্পূৰ্ণ তালিকা। ৩১আগষ্টত জাৰি কৰা NRCৰ ফাইনেল লিষ্টত বাদ পৰিছিল ১৯লাখৰো অধিক লোকৰ নাম। এতিয়া সম্পূৰ্ণ তালিকা অনলাইন উপলব্ধ হোৱাৰ পিছত ব্যক্তিসকলে নিজৰ তথা বংশ, পৰিয়ালৰ নাম চাব পাৰিব। উল্লেখযোগ্য যে অসমৰ এনআৰচিত মুঠ ৩,৩০,২৭,৬৬১জন লোকে আৱেদন কৰিছিল। সম্পূৰ্ণ তালিকাত ইয়াৰে ৩,১১,২১,০০৪জন লোকক অন্তৰ্ভুক্ত কৰা হৈছে। এটা নতুন ৱেবছাইটত চূড়ান্ত NRC প্ৰকাশ কৰা হৈছে।

এইটো ৱেবছাইটত চাওক নাম।


ARN নম্বৰৰ সহায়ত NRCত নাম চাবলৈ ইয়াত ক্লিক কৰক: https://www.thefinalnrc.in/FinalListNRC/Draft.htm
আৰু চাওক পৰৱৰ্তী বাতৰি