• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যৰ প্ৰান্তে প্ৰান্তে NPS কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি ! এনপিএচ বাতিলৰ দাবীত হাইলাকান্দিত প্ৰতিবাদ ...

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে NPS কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি ! এনপিএচ বাতিলৰ দাবীত হাইলাকান্দিত প্ৰতিবাদ ...

ৰাজ্যৰ আন জিলাৰ সমান্তৰাল আজি হাইলাকান্দি জিলাতো নতুন পেঞ্চন নীতি বাতিলৰ দাবীত সাব্যস্ত হয় প্ৰতিবাদী কাৰ্যসূচী ।

  • Share this:
ৰাজ্যৰ আন জিলাৰ সমান্তৰাল আজি হাইলাকান্দি জিলাতো নতুন পেঞ্চন নীতি বাতিলৰ দাবীত সাব্যস্ত হয় প্ৰতিবাদী কাৰ্যসূচী । হাইলাকান্দি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সম্মুখত কাৰ্যালয়ৰ কৰ্মী সকলে সাব্যস্ত কৰে প্ৰতিবাদ । লগতে স্থানীয় শ্ৰীকিষান সাৰদা মহাবিদ্যালয়ৰ সম্মুখত মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলে সাব্যস্ত কৰে প্ৰতিবাদ । ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰী সকলৰ ওপৰত জাপি দিয়া এন পি এছ(NPS) নীতিৰ বিৰুদ্ধে সাব্যস্ত হয় এই প্ৰতিবাদ ।

সোমবাৰে ৰাতিপুৱাৰ পৰা হাইলাকান্দি  জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শতাধিক কৰ্মচাৰীয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । বৰ্তমান ৰাজ্যৰ এই কৰ্মচাৰী সকলে নিজৰ অনাগত ভৱিষ্যতকলৈ চিন্তিত হৈ পৰিছে ৷ নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবী জনাই এনপিএচ'ৰ অধীনত থকা কৰ্মচাৰী সকলে ৷
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি