
ৰাজ্যত ক'ভিড সংক্ৰমণক লৈ চৰকাৰৰ কঠোৰ সিদ্ধান্ত। বুধবাৰৰ পৰা সন্ধিয়া ৬ বজাৰ পৰা অসমত সান্ধ্য আইন ঘোষণা কৰা হৈছে। আনহাতে দোকান-বজাৰ বিয়লি ২ বজাতে বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
ৰাজ্যত ক'ভিড সংক্ৰমণক লৈ চৰকাৰৰ কঠোৰ সিদ্ধান্ত। বুধবাৰৰ পৰা সন্ধিয়া ৬ বজাৰ পৰা অসমত সান্ধ্য আইন ঘোষণা কৰা হৈছে। আনহাতে দোকান-বজাৰ বিয়লি ২ বজাতে বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
অসমত ক'ভিড সংক্ৰমণ দৈনিক বৃদ্ধি হৈ আছে। তেনে পৰিস্থিতিত উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ প্ৰশাসন। প্ৰতিদিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। সোমবাৰে আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰে ৪হাজাৰৰ ঘৰ। দৈনিক মৃত লোকৰ সংখ্যাও সমান্তৰালভাৱে বৃদ্ধি পাইছে।
ৰাজ্যত ক'ভিড সংক্ৰমণক লৈ প্ৰশাসনৰ কঠোৰ সিদ্ধান্ত। বুধবাৰৰ পৰা সন্ধিয়া ৬ বজাৰ পৰা অসমত সান্ধ্য আইন ঘোষণা কৰা হৈছে। সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫বজালৈ বাহাল থাকিব নৈশ সান্ধ্য আইন।এই সময়ছোৱাত কেৱল জৰুৰীকালীন সেৱাসমূহ হে চলি থাকিব। আনহাতে দোকান-বজাৰ বিয়লি ২ বজাতে বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|