Breaking News: নিশা ৮বজাৰ পৰা পুৱা ৫বজালৈ অসমত নৈশ সান্ধ্য আইন ঘোষণা

News18 Assam | News18-Assam
Updated:April 27, 2021, 2:00 PM IST
Breaking News: নিশা ৮বজাৰ পৰা পুৱা ৫বজালৈ অসমত নৈশ সান্ধ্য আইন ঘোষণা
নিশা ৮বজাৰ পৰা পুৱা ৫বজালৈ অসমত নৈশ সান্ধ্য আইন ঘোষণা। ৰাজ্যত ১মে'লৈ বাহাল থাকিব এই নিৰ্দেশনা।

নিশা ৮বজাৰ পৰা পুৱা ৫বজালৈ অসমত নৈশ সান্ধ্য আইন ঘোষণা। ৰাজ্যত ১মে'লৈ বাহাল থাকিব এই নিৰ্দেশনা।

  • Share this:
নিশা ৮বজাৰ পৰা পুৱা ৫বজালৈ অসমত নৈশ সান্ধ্য আইন ঘোষণা। ৰাজ্যত ১মে'লৈ বাহাল থাকিব এই নিৰ্দেশনা।

আজিৰ পৰা কাৰ্যকৰী হ'ব নৈশ সান্ধ্য আইনৰ নিৰ্দেশনা। ক'ৰোনাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি সংক্ৰমণ ৰোধ কৰিবলৈ এই নিৰ্দেশনা দিয়া হৈছে। অৱশ্যে জৰুৰীকালীন সেৱাসমূহক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে। এই সময়ছোৱাত জৰুৰীকালীন সেৱা অব্যাহত থাকিব।
Published by: Kokil Sarma
First published: April 27, 2021, 1:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি