ৰাজ্যত শেহতীয়াকৈ ক'ভিড পৰিস্থিতি যথেষ্ট উন্নীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে আজি নতুন ক'ভিড সঞ্চালন প্ৰক্ৰিয়া (এছঅ'পি)ৰ নিয়মাৱলী জাৰি কৰিছে। এই নতুন এছঅ'পি কাইলৈ (১০ আগষ্ট, ২০২১) পুৱা ৫.০০ বজাৰ পৰা প্ৰযোজ্য হ'ব। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বঙাইগাওঁ জিলা চিকিৎসালয়ত আজি আয়োজিত এক সংবাদ মেলত এই নতুন এছঅ'পি ঘোষণা কৰে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : August 09, 2021, 14:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|