• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam new Covid SOP: ৰাজ্যৰ প্ৰতিখন জিলাত সন্ধিয়া ৬ বজাৰ পৰা সান্ধ্য আইন, বন্ধ থাকিব আন্তঃজিলা যাতায়াত

Assam new Covid SOP: ৰাজ্যৰ প্ৰতিখন জিলাত সন্ধিয়া ৬ বজাৰ পৰা সান্ধ্য আইন, বন্ধ থাকিব আন্তঃজিলা যাতায়াত

ৰাজ্য চৰকাৰে আজি নতুন ক'ভিড সঞ্চালন প্ৰক্ৰিয়া (এছঅ'পি)ৰ নিয়মাৱলী জাৰি কৰিছে। কাইলৈৰ পৰা হ'ব কাৰ্যকৰী।

ৰাজ্য চৰকাৰে আজি নতুন ক'ভিড সঞ্চালন প্ৰক্ৰিয়া (এছঅ'পি)ৰ নিয়মাৱলী জাৰি কৰিছে। কাইলৈৰ পৰা হ'ব কাৰ্যকৰী।

ৰাজ্য চৰকাৰে আজি নতুন ক'ভিড সঞ্চালন প্ৰক্ৰিয়া (এছঅ'পি)ৰ নিয়মাৱলী জাৰি কৰিছে। কাইলৈৰ পৰা হ'ব কাৰ্যকৰী।

  • Share this:
ৰাজ্যত শেহতীয়াকৈ ক'ভিড পৰিস্থিতি যথেষ্ট উন্নীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে আজি নতুন ক'ভিড সঞ্চালন প্ৰক্ৰিয়া (এছঅ'পি)ৰ নিয়মাৱলী জাৰি কৰিছে। এই নতুন এছঅ'পি কাইলৈ (১০ আগষ্ট, ২০২১) পুৱা ৫.০০ বজাৰ পৰা প্ৰযোজ্য হ'ব। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বঙাইগাওঁ জিলা চিকিৎসালয়ত আজি আয়োজিত এক সংবাদ মেলত এই নতুন এছঅ'পি ঘোষণা কৰে।

  • ৰাজ্যত দিনৰ ভাগত সান্ধ্য আইন শিথিল। নিশাৰ ভাগতহে আংশিক সান্ধ্য বাহাল থাকিব।
    সন্ধিয়া ৬.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ সান্ধ্য আইন, সকলো জিলাত।

  • সকলো জিলাতে সন্ধিয়া ৫.০০ বজালৈ খোলা থাকিব সকলো কাৰ্যালয়-কৰ্মক্ষেত্ৰ, হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব'ৰোম, গেলামালৰ দোকান, ফলমূল, পাচলিৰ দোকান।

  • আন্তঃজিলা যাত্ৰী পৰিবাহী যাতায়তৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল।

Published by:Himangshu Bhuyan
First published: