ভয়াৱহ! একেলগে ৫৩ জনৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি, ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৩১৯লৈ বৃদ্ধি

News18 Assam | News18-Assam
Updated:May 23, 2020, 1:48 PM IST
ভয়াৱহ! একেলগে ৫৩ জনৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি, ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৩১৯লৈ বৃদ্ধি
দ্ৰুত গতিত বৃদ্ধি পাইছে ৰাজ্যত কোৰোণাত আক্ৰান্তৰ সংখ্যা

দ্ৰুত গতিত বৃদ্ধি পাইছে ৰাজ্যত কোৰোণাত আক্ৰান্তৰ সংখ্যা

  • Share this:
ভয়াৱহ! দ্ৰুত গতিত বৃদ্ধি পাইছে ৰাজ্যত কোৰোণাত আক্ৰান্তৰ সংখ্যা। একেলগে ৫৩ জনৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি। তাৰে ৪৪ জন সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰৰ, ৭ জন ডিমা হাছাও আৰু দুজন কাছাৰৰ। ইয়াৰ লগে লগে ৰাজ্যত এতিয়ালৈকে ৩১৯ জনৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading