আকৌ বাঢ়িল! নতুনকৈ ১৭ জনৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি

News18 Assam | News18-Assam
Updated:May 23, 2020, 11:15 PM IST
আকৌ বাঢ়িল! নতুনকৈ ১৭ জনৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি
ৰাজ্যত মুঠ কোৰোণাত আক্ৰান্তৰ সংখ্যা ৩৪৬জনলৈ বৃদ্ধি

ৰাজ্যত মুঠ কোৰোণাত আক্ৰান্তৰ সংখ্যা ৩৪৬জনলৈ বৃদ্ধি

  • Share this:
আকৌ বাঢ়িল। ৰাজ্যত নতুনকৈ ১৭ জনৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি।  নতুনকৈ আক্ৰান্ত হোৱা সকলৰ ভিতৰত চিৰাং আৰু তিনিচুকীয়া জিলাত ৪ জনকৈ, কাছাৰ আৰু হাইলাকান্দিৰ তিনিজনকৈ। চিনাক্ত হোৱা কোৰোণাৰ আক্ৰান্তৰ দুজন ত্ৰিপুৰাৰ।

শিলচৰ মেডিকেল কলেজত ধৰা পৰিছে কাছাৰ, হাইলাকান্দি আৰু ত্ৰিপুৰাৰ দুজনৰ দেহত কোৰোণাৰ অৱস্থিতি। ইয়াৰ লগে লগে ৰাজ্যত মুঠ কোৰোণাত আক্ৰান্তৰ সংখ্যা ৩৪৬জনলৈ বৃদ্ধি পালে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading