পুনৰ তিনি দিনৰ বাবে বন্ধ থাকিব নলবাৰী (Nalbari)ৰ চৰকাৰী-বেচৰকাৰী প্ৰতিখন শিক্ষানুষ্ঠান।
ভয়াবহ বান (Flood) পৰিস্থিতিৰ বাবে এই তৎকালীন নিৰ্দেশ নলবাৰী জিলা প্ৰশাসনৰ।
২০ জুনৰ পৰা ২২ জুনলৈ পুনৰ নলবাৰী জিলাৰ প্ৰতিখন চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ (School Closed) ৰখাৰ নিৰ্দেশ দিছে প্ৰশাসনে।
জিলাখনৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই তৎকালীন সিদ্ধান্ত নলবাৰী জিলা প্ৰশাসনৰ।
পূৰ্বেও বান পৰিস্থিতিৰ বান পৰিস্থিতিৰ বাবে জিলা প্ৰশাসনে বন্ধ ঘোষণা কৰিছিল জিলাখনৰ সকলো শিক্ষানুষ্ঠান।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|