உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • School Closed: পুনৰ তিনি দিনৰ বাবে বন্ধ ঘোষণা নলবাৰীৰ চৰকাৰী-বেচৰকাৰী সকলো শিক্ষানুষ্ঠান

    School Closed: পুনৰ তিনি দিনৰ বাবে বন্ধ ঘোষণা নলবাৰীৰ চৰকাৰী-বেচৰকাৰী সকলো শিক্ষানুষ্ঠান

    School Closed: ভয়াবহ বান পৰিস্থিতিৰ বাবে এই তৎকালীন নিৰ্দেশ নলবাৰী জিলা প্ৰশাসনৰ।

    School Closed: ভয়াবহ বান পৰিস্থিতিৰ বাবে এই তৎকালীন নিৰ্দেশ নলবাৰী জিলা প্ৰশাসনৰ।

    School Closed: ভয়াবহ বান পৰিস্থিতিৰ বাবে এই তৎকালীন নিৰ্দেশ নলবাৰী জিলা প্ৰশাসনৰ।

    • Share this:
    পুনৰ তিনি দিনৰ বাবে বন্ধ থাকিব নলবাৰী (Nalbari)ৰ চৰকাৰী-বেচৰকাৰী প্ৰতিখন শিক্ষানুষ্ঠান।

    ভয়াবহ বান (Flood) পৰিস্থিতিৰ বাবে এই তৎকালীন নিৰ্দেশ নলবাৰী জিলা প্ৰশাসনৰ।

    ২০ জুনৰ পৰা ২২ জুনলৈ পুনৰ নলবাৰী জিলাৰ প্ৰতিখন চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ (School Closed) ৰখাৰ নিৰ্দেশ দিছে প্ৰশাসনে।

    জিলাখনৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই তৎকালীন সিদ্ধান্ত নলবাৰী জিলা প্ৰশাসনৰ।

    পূৰ্বেও বান পৰিস্থিতিৰ বান পৰিস্থিতিৰ বাবে জিলা প্ৰশাসনে বন্ধ ঘোষণা কৰিছিল জিলাখনৰ সকলো শিক্ষানুষ্ঠান।
    Published by:Manjumoni Borah
    First published: