সম্প্ৰীতিৰ নিদৰ্শন! অসমৰ ইছলামধৰ্মী সংগঠনৰ ৰাম মন্দিৰ নিৰ্মাণলৈ অনুদান

দুটা সংগঠনে আগবঢ়াব ক্ৰমে ৫ লাখ আৰু ১ লাখ টকা

News18-Assam
Updated:November 9, 2019, 6:25 PM IST
সম্প্ৰীতিৰ নিদৰ্শন! অসমৰ ইছলামধৰ্মী সংগঠনৰ ৰাম মন্দিৰ নিৰ্মাণলৈ অনুদান
দুটা সংগঠনে আগবঢ়াব ক্ৰমে ৫ লাখ আৰু ১ লাখ টকা
News18-Assam
Updated: November 9, 2019, 6:25 PM IST
সম্প্ৰীতিৰ নিদৰ্শন।ৰাম মন্দিৰ নিৰ্মাণ ন্যাসলৈ জনগোষ্ঠীয় সমন্বয় পৰিষদে আগবঢ়াব ৫ লাখ টকাৰ অনুদান। খিলঞ্জীয়া মুছলমানৰ ২১টা সংগঠনৰে গঠিত এই পৰিষদ।৫ লাখ টকা অনুদানৰ কথা জনালে পৰিষদৰ আহ্বায়ক মমিনুল আৱালে

ইফালে  ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অনুদান আগবঢ়াব গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদেও। ১ লাখ টকাৰ অনুদান আগবঢ়াব গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদে।অসম চৰকাৰৰ জৰিয়তে আগবঢ়াব এই অনুদান। ঘোষণা কৰিলে সাধাৰণ সম্পাদক মইনুল হকে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি