আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়ক প্ৰদান কৰা হ’ব জীৱনজোৰা সাধনা বঁটা।
আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়ক প্ৰদান কৰা হ’ব জীৱনজোৰা সাধনা বঁটা।
আজি প্ৰদান কৰা হ’ব ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা। নলবাৰীৰ নাট্য মন্দিৰত এক অনুষ্ঠানত অসম সাহিত্য সভাই প্ৰদান কৰিব এই বঁটা। নাট্য সাহিত্য বঁটা, শ্ৰেষ্ঠ নাট্য দল বঁটা, শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰিব সাহিত্য সভাই। আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়ক প্ৰদান কৰা হ’ব জীৱনজোৰা সাধনা বঁটা।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|