ক্ৰমাত শোচনীয় বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ স্বাস্থ্য

উন্নত চিকিৎসাৰ বাবে নতুন দিল্লীলৈ স্থানান্তৰ

news18assam
Updated:June 1, 2019, 12:06 PM IST
ক্ৰমাত শোচনীয় বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ স্বাস্থ্য
উন্নত চিকিৎসাৰ বাবে নতুন দিল্লীলৈ স্থানান্তৰ
news18assam
Updated: June 1, 2019, 12:06 PM IST
হাইলাকান্দি বিধানসভা সমষ্টিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰ এতিয়া  গুৰুতৰ ভাবে অসুস্থ । গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত থকা এ আই ইউ ডি এফ দলৰ বিধায়ক লস্কৰক উন্নত চিকিৎসাৰ বাবে নতুন দিল্লীলৈ প্ৰেৰণ কৰা হৈছে ।ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ তৎপৰতাত GNRCৰ পৰা  গ্ৰীণ কৰিডৰ কৰি এয়াৰ এম্বুলেঞ্চেৰে বিমান বন্দৰলৈ নিয়া হয় বিধায়কৰ লস্কৰক ।

 
আৰু চাওক পৰৱৰ্তী বাতৰি