ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত সংযোজিত নতুন কৰক লৈ স্বাভাৱিকতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ কিয়নো এতিয়াৰ পৰা বিনামূলীয়া নহয় গাঁও অঞ্চলত গৃহ নিৰ্মাণ ৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে।

অখিল গগৈয়ে কয় "গাঁৱত ঘৰ নিৰ্মাণ কৰিলে টকা দিব লাগিব, এই ব্যৱস্থাৰ তীব্ৰ প্ৰতিবাদ কৰিছো, এই কৰ ব্যৱস্থা মানি লোৱা নহ'ব। যিকোনো ব্যৱসায়ী, ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিলে কৰ দিব লাগিব ! জাতি বিদ্বেশী, গ্ৰাম্য জীৱন ধ্বংস কৰিব লোৱাৰ ব্যৱস্থা। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গো সুৰক্ষা বিধেয়কৰ জৰিয়তে প্ৰভাৱিত হ'ব। এই বিলৰ বিৰোধ কৰিছো, একেদৰে ঘৰত কৰ আৰোপ কৰাত বিৰোধ কৰিছো। অসমীয়াই বিহু পাতিব লাগিলেও বিজেপিৰ অনুমতি লব লাগিব, RSS, নাগপুৰৰ অনুমতি লব লাগিব, এয়া হব নোৱাৰে! অসমৰ খেতিয়কৰ ওপৰত কৰ আৰোপ হ'ব নোৱাৰে"
ইপিনে আজি অলিম্পিকত ছেমি ফাইনেল খেলিব লাভলীনাই। অসমকন্যা লাভলীনাক শুভেচ্ছা জ্ঞাপন বিধায়ক অখিল গগৈৰ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|