মিজোৰাম আৰক্ষীয়ে উঠাই ল'লে অসমৰ মুখ্যমন্ত্ৰী আৰু বিষয়াসকলৰ ওপৰত থকা অভিযোগ। আজি এক টুইটযোগে FIR উঠাই ল'বলৈ আহ্বান জনাইছিল মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পিছতে অসমৰ মুখ্যমন্ত্ৰীয়েও অসম আৰক্ষীক মিজোৰামৰ বিষয়াসকলৰ ওপৰত থকা Case সমূহ উঠাই ল'বলৈ আহ্বান জনায়। মিজোৰাম আৰক্ষীয়ে উঠাই ল'লে অসমৰ মুখ্যমন্ত্ৰী আৰু বিষয়াসকলৰ ওপৰত থকা অভিযোগ। আজি এক টুইটযোগে FIR উঠাই ল'বলৈ আহ্বান জনাইছিল মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পিছতে অসমৰ মুখ্যমন্ত্ৰীয়েও অসম আৰক্ষীক মিজোৰামৰ বিষয়াসকলৰ ওপৰত থকা Case সমূহ উঠাই ল'বলৈ আহ্বান জনায়। অৱশেষত এসপ্তাহ ধৰি চলি থকা বাক-বিতণ্ডাৰ মাজত নমনীয় স্থিতি লৈছে মিজোৰামে। মিজোৰাম আৰক্ষীয়ে উঠাই ল'লে অসমৰ মুখ্যমন্ত্ৰী আৰু বিষয়াসকলৰ ওপৰত থকা অভিযোগ। আজি এক টুইটযোগে FIR উঠাই ল'বলৈ আহ্বান জনাইছিল মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে।
ইয়াৰ পিছতে অসমৰ মুখ্যমন্ত্ৰীয়েও অসম আৰক্ষীক মিজোৰামৰ বিষয়াসকলৰ ওপৰত থকা Case সমূহ উঠাই ল'বলৈ আহ্বান জনায়। Twitter যোগে এই আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
যোৱা সোমবাৰে ৰাজ্যসমূহৰ আৰক্ষী বাহিনীৰ মাজত হোৱা সংঘৰ্ষত অসম আৰক্ষীৰ কেইবাজনো জোৱান নিহত হৈছিল। অসম আৰক্ষীয়ে যদিও ভানলালভেনাৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰিছে, কয় যে আৰক্ষীৰ হত্যাকাৰীসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত থাকিব।
আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালসহ কেইবাগৰাকীও মন্ত্ৰীয়ে সীমা সমস্যা সন্দৰ্ভত স্মাৰকপত্ৰ দাখিল কৰে প্ৰধানমন্ত্ৰীক। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই সন্দৰ্ভত বাহিৰা শক্তিৰ হাত থকাৰ আশংকা প্ৰকাশ কৰে।
Published by: Kokil Sarma
First published: August 02, 2021, 20:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|