உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam-Mizoram Border Dispute : সীমা বিবাদ সংঘৰ্ষত নিহত জোৱানৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ! আহতসকলকো সাক্ষাৎ কৰিলে মুখ্য়মন্ত্ৰীগৰাকীয়ে...

    Assam-Mizoram Border Dispute : সীমা বিবাদ সংঘৰ্ষত নিহত জোৱানৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ! আহতসকলকো সাক্ষাৎ কৰিলে মুখ্য়মন্ত্ৰীগৰাকীয়ে...

    পৰিস্থিতিৰ বুজ ল'বলৈ কেইবাজনো চোৰাংচোৱা প্ৰশাসনৰ বিষয়া অসম-মিজোৰাম সীমান্তত উপস্থিত হৈছে। খবৰ অনুসৰি সংবেদনশীল অঞ্চলসমূহত ৪ টা চিআৰপিএফ দল মোতায়েন কৰা হৈছে।

    • Share this:
    গৃহ মন্ত্ৰালয়ে অসম আৰু মিজোৰামৰ সীমান্তত হোৱা হিংসাত্মক ঘটনাৰ ওপৰত তীক্ষ্ণ নিৰীক্ষণ কৰি আছে। সূত্ৰই কৈছে যে পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে। ইফালে, পৰিস্থিতিৰ গম্ভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি দুয়োখন ৰাজ্যৰ শীৰ্ষ বিষয়াসকলে নিৰন্তৰ যোগাযোগত আছে।

    পৰিস্থিতিৰ বুজ ল'বলৈ কেইবাজনো চোৰাংচোৱা প্ৰশাসনৰ বিষয়া অসম-মিজোৰাম সীমান্তত উপস্থিত হৈছে। খবৰ অনুসৰি সংবেদনশীল অঞ্চলসমূহত ৪ টা চিআৰপিএফ দল মোতায়েন কৰা হৈছে। আনহাতে, ৬ টা দল প্ৰস্তুত হ'বলৈ কোৱা হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহত আৰক্ষীসকলক সাক্ষাৎ কৰিছে।

    সোমবাৰে অসমৰ কাছাৰ জিলাত সংঘটিত হিংসাত্মক ঘটনাৰ ফলত কেইবাজনো অসম আৰক্ষীৰ জোৱান নিহত হৈছিল। এই ঘটনাত কেইবাজনো লোক আহত হৈছিল। কিছু সময় পূৰ্বে এই সংঘৰ্ষত নিহত জোৱানসকলৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
    Published by:Kokil Sarma
    First published: