‘NRC মৃত্যুৰ দলিল, মৃত্যুৰ দিশে আগবাঢ়িছে অসমীয়া জাতি’

NRC প্ৰকাশক লৈ আছু, অসম পাব্লিক ৱৰ্কছকে ধৰি বিভিন্ন সংগঠনে অসন্তুষ্টি প্ৰকাশ কৰিছে। তাৰ বিপৰীতে আমছুৱে আদৰণি জনাইছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক।

News18-Assam
Updated:August 31, 2019, 1:19 PM IST
‘NRC মৃত্যুৰ দলিল, মৃত্যুৰ দিশে আগবাঢ়িছে অসমীয়া জাতি’
NRC প্ৰকাশক লৈ আছু, অসম পাব্লিক ৱৰ্কছকে ধৰি বিভিন্ন সংগঠনে অসন্তুষ্টি প্ৰকাশ কৰিছে। তাৰ বিপৰীতে আমছুৱে আদৰণি জনাইছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক।
News18-Assam
Updated: August 31, 2019, 1:19 PM IST
আজি প্ৰকাশ পালে NRCৰ চূড়ান্ত খচৰা। বহু প্ৰতীক্ষাৰ অন্ত পেলাই প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। মুঠ ৩,৩০,২৭,৬৬১ আবেদনকাৰীৰ ভিতৰত চূড়ান্ত NRCত অন্তৰ্ভুক্ত হ’ল ৩,১১,২১,০০৪ জন লোকৰ নাম। তাৰ বিপৰীতে বাদ পৰিল ১৯,০৬,৬৫৭জন লোক।

NRCক লৈ সুখী নহয় মন্ত্ৰী পীয়ুষ হাজৰিকা। মন্ত্ৰীগৰাকীয়ে কয় – NRC মৃত্যুৰ দলিল হিচাপে অভিহিত হৈছে। চাহ মিঠাই খোবা পৰ্ব নহয়ত এতিয়া। অসমীয়া জাতি মৃত্যুৰ বাবে আগবাঢ়িছে।

NRC প্ৰকাশক লৈ আছু, অসম পাব্লিক ৱৰ্কছকে ধৰি বিভিন্ন সংগঠনে অসন্তুষ্টি প্ৰকাশ কৰিছে। তাৰ বিপৰীতে আমছুৱে আদৰণি জনাইছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি