অতি ঘৃণনীয়! জীয়ৰীক বলাৎকাৰ কৰাৰ অভিযোগত জে’ললৈ কনিষ্টবল আফজল

জীয়ৰীক বলাৎকাৰ কৰিলে পিতৃয়ে। অভিযুক্ত পিতৃ  হালাকুৰাৰ কনিষ্টবল। লম্পট পিতৃৰ নাম আফজাল। বলাৎকাৰী কনিষ্টবল আফজালক জে’ললৈ প্ৰেৰণ আৰক্ষীৰ। 

News18-Assam
Updated:June 29, 2019, 3:39 PM IST
অতি ঘৃণনীয়! জীয়ৰীক বলাৎকাৰ কৰাৰ অভিযোগত জে’ললৈ কনিষ্টবল আফজল
জীয়ৰীক বলাৎকাৰ কৰিলে পিতৃয়ে। অভিযুক্ত পিতৃ  হালাকুৰাৰ কনিষ্টবল। লম্পট পিতৃৰ নাম আফজাল। বলাৎকাৰী কনিষ্টবল আফজালক জে’ললৈ প্ৰেৰণ আৰক্ষীৰ। 
News18-Assam
Updated: June 29, 2019, 3:39 PM IST
ধুবুৰীৰ হালাকুৰাত লজ্জাজনক ঘটনা সংঘটিত। জীয়ৰীক বলাৎকাৰ কৰিলে পিতৃয়ে। অভিযুক্ত পিতৃ  হালাকুৰাৰ কনিষ্টবল। লম্পট পিতৃৰ নাম আফজাল। বলাৎকাৰী কনিষ্টবল আফজালক জে’ললৈ প্ৰেৰণ আৰক্ষীৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি