বঙাইগাঁৱৰ টেঙাইগাঁৱত ঈগলৰ আৰ্হিত সাজি উলিওৱা হৈছে ভেলাঘৰ ৷ গাঁৱৰ পুৰুষ মহিলা , ডেকা গাভৰু সকলোৱে মিলি নাচি বাগি লাগিছে ভেলাঘৰ নিৰ্মাণত ৷
বঙাইগাঁৱৰ টেঙাইগাঁৱত ঈগলৰ আৰ্হিত সাজি উলিওৱা হৈছে ভেলাঘৰ ৷ গাঁৱৰ পুৰুষ মহিলা , ডেকা গাভৰু সকলোৱে মিলি নাচি বাগি লাগিছে ভেলাঘৰ নিৰ্মাণত ৷
সমাগত ভোগালী বিহু, মাজত মাত্ৰ কেইটামান দিন ! ৰাজ্যৰ বিভিন্ন প্ৰান্তত আকৰ্ষণীয় ৰূপত ভেলা ঘৰ নিৰ্মাণ কৰা হৈছে ৷ বঙাইগাঁৱতো ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে লোকসকল ৷ বঙাইগাঁৱৰ টেঙাইগাঁৱত ঈগলৰ আৰ্হিত সাজি উলিওৱা হৈছে ভেলাঘৰ ৷ গাঁৱৰ পুৰুষ মহিলা , ডেকা গাভৰু সকলোৱে মিলি নাচি বাগি লাগিছে ভেলাঘৰ নিৰ্মাণত ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|