உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মাঘৰ বিহু আহিল, ভোগৰ ভোগালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি ! বঙাইগাঁৱত ঈগলৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ ...

    মাঘৰ বিহু আহিল, ভোগৰ ভোগালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি ! বঙাইগাঁৱত ঈগলৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ ...

    বঙাইগাঁৱৰ টেঙাইগাঁৱত ঈগলৰ আৰ্হিত সাজি উলিওৱা হৈছে ভেলাঘৰ ৷ গাঁৱৰ পুৰুষ মহিলা , ডেকা গাভৰু সকলোৱে মিলি নাচি বাগি লাগিছে ভেলাঘৰ নিৰ্মাণত ৷ 

    • Share this:
    সমাগত ভোগালী বিহু, মাজত মাত্ৰ কেইটামান দিন ! ৰাজ্যৰ বিভিন্ন প্ৰান্তত আকৰ্ষণীয় ৰূপত ভেলা ঘৰ নিৰ্মাণ কৰা হৈছে ৷ বঙাইগাঁৱতো ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে লোকসকল ৷ বঙাইগাঁৱৰ টেঙাইগাঁৱত ঈগলৰ আৰ্হিত সাজি উলিওৱা হৈছে ভেলাঘৰ ৷ গাঁৱৰ পুৰুষ মহিলা , ডেকা গাভৰু সকলোৱে মিলি নাচি বাগি লাগিছে ভেলাঘৰ নিৰ্মাণত ৷
    Published by:Kokil Sarma
    First published: