• Home
  • »
  • News
  • »
  • assam
  • »
  • Guwahati Road Accident : মহানগৰীত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল প্ৰতিভাৱান ভিডিঅ’ জাৰ্নেলিষ্টৰ, কৰ্মস্থলীৰ পৰা ওভতাৰ পথত নিশা দুৰ্ঘটনাত পতিত

Guwahati Road Accident : মহানগৰীত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল প্ৰতিভাৱান ভিডিঅ’ জাৰ্নেলিষ্টৰ, কৰ্মস্থলীৰ পৰা ওভতাৰ পথত নিশা দুৰ্ঘটনাত পতিত

মৃত আইজুৰ আলীৰ ঘৰ গাড়ীগাঁৱত। অসম লাইভ ২৪ নামৰ এটা ৱেব প’ৰ্টেলৰ ভিডিঅ' জাৰ্নেলিষ্ট আছিল আইজুৰ।

মৃত আইজুৰ আলীৰ ঘৰ গাড়ীগাঁৱত। অসম লাইভ ২৪ নামৰ এটা ৱেব প’ৰ্টেলৰ ভিডিঅ' জাৰ্নেলিষ্ট আছিল আইজুৰ।

মৃত আইজুৰ আলীৰ ঘৰ গাড়ীগাঁৱত। অসম লাইভ ২৪ নামৰ এটা ৱেব প’ৰ্টেলৰ ভিডিঅ' জাৰ্নেলিষ্ট আছিল আইজুৰ।

  • Share this:
নিশা মহানগৰীৰ কালীপুৰত শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত মৃত্যু হয় প্ৰতিভাৱান ভিডিঅ’ জাৰ্নেলিষ্ট আইজুৰ আলীৰ। স্কুটীৰে গৈ থকাৰ সময়তে পথৰ দাঁতিৰ শিলৰ দমত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাত পতিত হয় আইজুৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ইজুৰৰ জি এম চি এইচত মৃত্যু হয়।

মৃত আইজুৰ আলীৰ ঘৰ গাড়ীগাঁৱত। অসম লাইভ ২৪ নামৰ এটা ৱেব প’ৰ্টেলৰ ভিডিঅ' জাৰ্নেলিষ্ট আছিল আইজুৰ। নিশা কৰ্ম সম্পাদন কৰি ঘৰলৈ আহি থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয়। প্ৰতিভাৱান ভিডিঅ' জাৰ্নেলিষ্টগৰাকীৰ মৃত্যুত সংবাদ প্ৰতিষ্ঠানটোৰ লগতে অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published: