পখিলা খেদাৰ বসয়তে কণমানি বৰ্ণিলৰ দেহত ধৰা পৰিছে দুৰাৰোগ্য ৰোগ, এতিয়া প্ৰয়োজন হৈছে আপোনাৰ কিছু সহায়

এতিয়া প্ৰয়োজন হৈছে আপোনাৰ কিছু সহায়
এতিয়া প্ৰয়োজন হৈছে আপোনাৰ কিছু সহায়
- News18 Assam
- Last Updated: March 14, 2020, 7:10 PM IST
কণমানি শিশুটিক সুস্থ কৰি তুলিবলৈ এতিয়া প্ৰয়োজন হৈছে আপোনাৰ কিছু সহায়। হয়তো আপোনাৰ কিছু সহায়ে কণমানি বৰ্ণিল সুস্থ হৈ উঠাত সহায় কৰিব।
সহায় কৰক বৰ্ণিলক
A/ C no. 32607409042
IFSCNO. SBIN0002050