পখিলা খেদাৰ বসয়তে কণমানি বৰ্ণিলৰ দেহত ধৰা পৰিছে দুৰাৰোগ্য ৰোগ, এতিয়া প্ৰয়োজন হৈছে আপোনাৰ কিছু সহায়

News18 Assam | News18-Assam
Updated:March 14, 2020, 7:10 PM IST
পখিলা খেদাৰ বসয়তে কণমানি বৰ্ণিলৰ দেহত ধৰা পৰিছে দুৰাৰোগ্য ৰোগ, এতিয়া প্ৰয়োজন হৈছে আপোনাৰ কিছু সহায়
এতিয়া প্ৰয়োজন হৈছে আপোনাৰ কিছু সহায়

এতিয়া প্ৰয়োজন হৈছে আপোনাৰ কিছু সহায়

  • Share this:
এটি কণমানি,নাম বৰ্ণিল বৰুৱা। পখিলা খেদাৰ বয়সতে বৰ্ণিলৰ দেহত ধৰা পৰিছে দুৰাৰোগ্য ৰোগ।  মৰিগাওঁ জিলাত শিক্ষক শিৱসাগৰৰ অজিত বৰুৱাৰ পুত্ৰ সন্তান কণমানি বৰ্ণিল এতিয়া তেজৰ জটিল কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। পুত্ৰৰ চিকিৎসাৰ বাবে এতিয়া তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে পিতৃ অজিত বৰুৱা।

কণমানি শিশুটিক সুস্থ কৰি তুলিবলৈ এতিয়া প্ৰয়োজন হৈছে আপোনাৰ কিছু সহায়। হয়তো আপোনাৰ কিছু সহায়ে কণমানি বৰ্ণিল সুস্থ হৈ উঠাত সহায় কৰিব।

সহায় কৰক বৰ্ণিলক

AJIT BORUAH, SBI, DHING BRANCH,
A/ C no. 32607409042
IFSCNO. SBIN0002050
Published by: Himangshu Bhuyan
First published: March 14, 2020, 7:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি